• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিমা হাচাওত বলিছে বিজেপিৰ পচোৱা : বিজেপিত যোগদান ৪৫ গৰাকী অগপ নেতাৰ

NE NOW NEWS এন ই নাও নিউজ
হাফলং , March 11, 2019 5:13 pm

1 min read

BJP-Dima-Hasao-702x336

ডিমা হাচাওত অগপ নেতাৰ বিজেপিত যোগদান। ফটো : হিল টাইমছৰ সৌজন্যত

129
VIEWS
Share on FacebookShare on Twitter

ডিমা হাচাওত শাসকীয় ভাৰতীয় জনতা দলে (বিজেপি) উত্থানৰ উমান পাইছে। দেওবাৰে অসম গণ পৰিষদৰ ৪৫ গৰাকী নেতাই দলটোত যোগদান কৰে। যোগদান কৰা অগপ নেতাসকলৰ মাজত স্বায়ত্ত পৰিষদৰ মনোনীত সদস্য মধুৰাম যোশী আৰু শ্যামল কান্তি দেবো আছে।

দেওবাৰে এক অনুষ্ঠানত ডিমা হাচাওৰ বিজেপি সভাপতি নিপোলাল হোজাই আৰু আন জ্যেষ্ঠ নেতাৰ উপস্থিতিত অগপৰ নেতাসকলে গেৰুৱা দলটোত যোগদান কৰে। লোকসভা নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত এই যোগদান বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

উল্লেখযোগ্য যে যোৱা ৭ মাৰ্চত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী দেবলাল গাৰ্লোচাৰ উপস্থিতিত এক অনুষ্ঠানত অগপৰ ১৫ গৰাকী নেতাই যোগদান কৰিছিল।

জানিব পৰা মতে, নাগৰিকত্ব সংশোধনী বিধেয়ককলৈ অগপৰ কেন্দ্ৰীয় নেতাসকলৰ ভূমিকাত ডিমা হাচাওৰ নেতা-কৰ্মীসকল হতাশ হৈ পৰিছে। শেহতীয়াকৈ অগপই বিজেপিৰ সৈতে নিৰ্বাচনী বুজাবুজিৰ বাতৰিয়ে তৃণমূল পৰ্যায়ৰ নেতাসকলৰ মাজত অসন্তুষ্টি বৃদ্ধি কৰিছে।

আনহাতে, শেহতীয়াভাৱে দ্বাদশ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত বিজেপিয়ে ২৪খন আসন লাভ কৰাৰ বিপৰীতে অগপ আৰু কংগ্ৰেছে দুখনকৈহে আসনত জয় লাভ কৰিবলৈ সক্ষম হয়।

পাৰ্বত্য জিলাখনত বিজেপিৰ শেহতীয়া উত্থানে কংগ্ৰেছৰ লগতে অগপৰ বাবেও সংকটৰ সৃষ্টি কৰিছে। পূৰ্বতে মজবুত ভেটি থকা অগপৰ দুৰ্গত বিজেপিয়ে প্ৰৱেশ কৰি লাহে লাহে দলটোক উৎখাত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd