DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 3, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত হংকঙত ৪৭ বিৰোধী নেতাক গ্ৰেপ্তাৰ চীন নিয়ন্ত্ৰাধীন কৰ্তৃপক্ষৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 28, 2021 3:53 pm
1000_1200x768
155
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত হংকঙৰ ৪৭ গৰাকী বিৰোধী নেতা-নেত্ৰীক গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখ্য যে, যোৱা বছৰ বেইজিঙে হংকঙত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনখন বলৱৎ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে হংকঙত এইদৰে একেলগে বৃহৎসংখ্যক বিৰোধী নেতা-নেত্ৰীক গ্ৰেপ্তাৰ কৰা হৈছে।

গ্ৰেপ্তাৰ হোৱা বিৰোধী নেতা-নেত্ৰীকসকল এই আইনৰ দ্বাৰা ৰাষ্ট্ৰৰ নিৰাপত্তা ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰাৰ দোষত দোষী সাৱ্যস্ত হ’লে তেওঁলোক যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত হ’ব পাৰে।

এই ক’লা আইনৰ অধীনত ৪৭ গৰাকী নেতাক গ্ৰেপ্তাৰ কৰিলেও যোৱা বৰ্ষৰ জুলাইত হংকঙত প্ৰাথমিক নিৰ্বাচন আয়োজন, পৰিকল্পনা আৰু অংশগ্ৰহণ কৰাৰ অভিযোগত ৫৩ গৰাকী বিশিষ্ট প্ৰাক্তন আইন প্রণেতা, কৰ্মী আৰু জিলা পৰিষদ সদস্যক গ্ৰেপ্তাৰ কৰা হৈছিল।

দেওবাৰে উক্ত ৫৩ গৰাকী বিশিষ্ট বিৰোধী নেতা-নেত্ৰীৰ মাজৰ পৰা ৪৭ গৰাকীক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিছে চীনৰ নিয়ন্ত্ৰণাধীন হংকঙৰ কৰ্তৃপক্ষই।

গণতান্ত্ৰিক পক্ষৰ প্ৰাৰ্থীসকলক চিনাক্ত কৰি আইন পৰিষদৰ নিৰ্বাচনত অংশগ্ৰহণেৰে বিৰোধী শিবিৰে ঐতিহাসিক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি আশা কৰা হৈছিল, যিটোলৈ চীনৰ নিয়ন্ত্ৰণাধীন হংকং কৰ্তৃপক্ষৰ সংশয় আছিল।

অৱশেষত কৰ্তৃপক্ষই ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ বাবে নিৰ্বাচন স্থগিত ৰাখিছিল আৰু লগে লগে গণতন্ত্ৰ প্ৰতিষ্ঠা দাবী কৰা শিবিৰৰ সমৰ্থিত প্ৰাৰ্থীসকলক অযোগ্য ঘোষণা কৰি হংকং কৰ্তৃপক্ষই সতৰ্ক কৰি দিছিল যে প্ৰাথমিক নিৰ্বাচনত অংশগ্ৰহণ কৰাসকলক নতুনকৈ বলৱৎ কৰা ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত এই আইন উলংঘা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হ’ব পাৰে।

আৰু দেওবাৰে এই আইনৰ অধীনতে উক্ত ৫৩ গৰাকী লোকৰ ভিৰতৰ ৪৭ গৰাকী বিৰোধী নেতাক হংকং কৰ্তৃপক্ষই গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ মাজত ৩৯ গৰাকী পুৰুষ আৰু ৮ গৰাকী মহিলা আছে। গ্ৰেপ্তাৰ হোৱাসকলৰ বয়স ২৩ ৰ পৰা ৬৪ বছৰ বছৰ বুলি জানিব পৰা গৈছে।

গ্ৰেপ্তাৰ হোৱা ৪৭ গৰাকী বিৰোধী নেতা-নেত্ৰীকে সোমবাৰে আদালত হাজিৰ কৰোৱা হ’ব।

Recent News

Murder for Land dispute

ওদালগুৰিত ভূমি বিবাদৰ চূড়ান্ত ৰূপ: জেষ্ঠ ভাতৃয়ে প্ৰাণ ল’লে কনিষ্ঠ ভাতৃৰ

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

Orang National Park

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বনৰক্ষীৰে সংঘৰ্ষত নিহত সন্দেহজনক চোৰাং চিকাৰী

Jasprit Bumrah

অদমনীয় বুমৰাহ! ভংগ কৰিলে কিংবদন্তী ব্ৰায়ান লাৰাৰ নামত থকা বিশ্ব ৰেকৰ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd