• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 5, 2026 8:46 am
61
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মৰাণ আৰু মটক সম্প্ৰদায়ৰ সংগঠনে শুকুৰবাৰে পুৱা ৫ বজাৰ পৰা সমগ্ৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছে।

সদ্য সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাৰ পৰা তেওঁলোকৰ প্ৰতিনিধি বাদ পৰা আৰু দুয়োটা সম্প্ৰদায়ক অনুসূচিত জনজাতি (এছ টি) মৰ্যাদা প্ৰদান কৰাত পলম হোৱাৰ প্ৰতিবাদত এই বন্ধৰ কাৰ্যসূচী ঘোষণা কৰা হৈছে।

Apply Now

তিনিচুকীয়াত সদৌ মৰাণ ছাত্ৰ সন্থা (AMSU) আৰু সদৌ অসম মট’ক যুৱ ছাত্ৰ সন্থা (AAMYSA)ৰ যৌথ সংবাদমেলত এই বন্ধৰ কথা ঘোষণা কৰে।

সংগঠনসমূহৰ নেতাসকলে অসমৰ আৰ্থ-ৰাজনৈতিক আৰু নিৰ্বাচনী প্ৰেক্ষাপটত অৱদান আগবঢ়োৱাৰ পিছতো মৰাণ আৰু মট’ক সম্প্ৰদায়ক ৰাজ্য চৰকাৰে একাষৰীয়া কৰি ৰখাৰ অভিযোগ উত্থাপন কৰে।

শদিয়াৰ বিধায়ক বলিন চেতিয়াক সম্প্ৰসাৰিত মন্ত্ৰী পৰিষদৰ পৰা বাদ দিয়াৰ কথাটোও এই প্ৰতিবাদৰ অন্যতম কাৰণ।

সংগঠনসমূহে কয় যে এই সিদ্ধান্তই মৰাণ আৰু মটক জনসাধাৰণৰ আকাংক্ষা আৰু ৰাজনৈতিক প্ৰতিনিধিত্বৰ প্ৰতি অৱহেলাৰ এক ধাৰাবাহিক স্থিতিকে প্ৰতিফলিত কৰিছে।

সংবাদমেলত সংগঠনকেইটাৰ নেতাসকলে কয়, ‘মৰাণ আৰু মটক জনগোষ্ঠীৰ আৱেগ গভীৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। অসম আৰু ইয়াৰ ৰাজনীতিত দশক দশক ধৰি অৱদান আগবঢ়োৱাৰ পাছতো আমাৰ জনসাধাৰণ পৰ্যাপ্ত প্ৰতিনিধিত্ব আৰু স্বীকৃতিৰ পৰা বঞ্চিত হৈয়েই আছে।’

সংগঠনসমূহে অনুসূচিত জনজাতিৰ মৰ্যাদাৰ বাবে দীৰ্ঘদিনীয়া দাবীও পুনৰবাৰ উল্লেখ কৰি কয় যে একেৰাহে চৰকাৰসমূহে সম্প্ৰদায়সমূহৰ প্ৰতি দিয়া প্ৰতিশ্ৰুতিসমূহ পালন কৰাত ব্যৰ্থ হৈছে।

তেওঁলোকে কয় যে স্বাধীনতাৰ প্ৰায় আঠ দশকৰ পাছতো মৰাণ আৰু মট’ক জনগোষ্ঠী জনজাতীয় স্বীকৃতিৰ সৈতে জড়িত সাংবিধানিক সুৰক্ষা আৰু সুযোগৰ পৰা বঞ্চিত হৈয়েই আছে।

যদিহে তেওঁলোকৰ দাবীৰ সঁহাৰি নিদিয়ে তেন্তে দুদিনীয়া বন্ধৰ উপৰি সংগঠনকেইটাই আন্দোলন তীব্ৰতৰ কৰাৰ লগতে অঞ্চলটোৰ শাসকীয় বিজেপিৰ ৰাজনৈতিক কার্যসূচীত বাধা দিব বুলি সকীয়াই দিয়ে ৷

এই বন্ধৰ ফলত দুয়োখন জিলাৰ যাতায়ত, বাণিজ্যিক প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান, দৈনন্দিন ৰাজহুৱা কাম-কাজত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।

জৰুৰী আৰু অত্যাৱশ্যকীয় সেৱাসমূহ বন্ধৰ পৰা ৰেহাই দিয়া হ’ব।

কেবিনেট সম্প্ৰসাৰণৰ পিছতে এই ঘোষণা কৰা হৈছে। সম্প্ৰদায় দুটাৰ সংগঠনসমূহে কয় যে প্ৰতিনিধিত্ব আৰু জনজাতীয় মৰ্যাদা তেওঁলোকৰ আন্দোলনৰ মূল বিষয় হৈ থাকিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

July 23, 2026 5:42 pm
প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd