• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁৱৰ কঁচুৱাৰ দলবদ্ধ ধৰ্ষণকাণ্ডৰ সৈতে জড়িতৰ অভিযোগত পাঁচজনক আটক

NE NOW NEWS এন ই নাও নিউজ
নগাঁও , March 10, 2019 8:32 am

1 min read

নগাঁৱৰ কঁচুৱাৰ দলবদ্ধ ধৰ্ষণকাণ্ডৰ সৈতে জড়িতৰ অভিযোগত পাঁচজনক আটক
166
VIEWS
Share on FacebookShare on Twitter

নগাঁৱৰ কচুঁৱা হালধিআটিত সংঘটিত হোৱা দলবদ্ধ ধৰ্ষণকাণ্ডৰ ঘটনাৰ লগত জড়িতৰ অভিযোগত পাঁচগৰাকীকৈ অভিযুক্তক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

কামপুৰ আৰক্ষীয়ে নগাঁৱৰ বিভিন্ন ঠাইত অভিযান চলাই দুটা আৰু নগাঁও বাইপাচত অভিযান চলাই তিনিটা মুঠ পাঁচটা অভিযুক্তক দলবদ্ধ ধৰ্ষণকাণ্ডৰ সৈতে জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আটকাধীন যুৱক কেইজন হ’ল ক্ৰমে মফিদুল ইছলাম, মোবাৰক আলি, চাইদুল ইছলাম, আব্দুল বাৰেক আৰু জিয়াবৰ ৰহমান। ইফালে কচুঁৱাৰ ধৰ্ষণকাণ্ডৰ সৈতে জড়িত মূল অভিযুক্ত ফেৰিৱালাক বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

উল্লেখযোগ্য যে বিগত দেওবাৰৰ নিশা মূল অভিযুক্ত ফেৰিৱালাই নগাঁৱৰ কঁচুৱাৰ হালধিআটিৰ এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱতীক ফুচুলাই নি সাতগৰাকীকৈ লোকৰ সৈতে নি ধৰ্ষণ কৰিছিল। যি ঘটনাই নগাঁৱৰ লগতে সমগ্ৰ ৰাজ্যক জোকাৰি গৈছিল।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd