DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ভিড-১৯ত আক্ৰান্ত বঙাইগাঁও জিলাৰ ৫ গৰাকী লোকক MMCHৰ পৰা মুক্তি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 11, 2020 7:51 pm
716
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছে ৰাজ্যবাসীক সন্ত্ৰষ্ট কৰি তোলাৰ সময়তে আহিছে এটা ভাল খবৰ। ক’ভিড-১৯ত আক্ৰান্ত বঙাইগাঁও জিলাৰ ৫ গৰাকী লোকক গুৱাহাটীস্থিত মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ পৰা মুক্তি দিয়া হয়।

ক’ভিড-১৯ৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হৈ উঠাৰ পৰিপ্ৰেক্ষিততে আজি সন্ধিয়া চিকিৎসালয় কৰ্তৃপক্ষই এই লোক কেইজনক মুক্তি কৰি দিয়ে।

মুক্তি কৰি দিয়া লোক কেইজন হৈছে- বঙাইগাঁৱৰ চাপ্ৰাকাটাৰ অনুপম ঠাকুৰীয়া, আমগুৰি পাৰ্ট ২ ৰ দীপক মল্লিক, ছহিদ বেদীৰ ববিতা বাচফৰ, ৰেইলৱে কলনীৰ ৰীণা বিশ্বকৰ্মা আৰু আফিয়া তবচুম (১৬)।

২৮ এপ্ৰিলত আফিয়া তবচুমৰ দেহত আৰু বাকী ৪ গৰাকীৰ দেহত ৩০ এপ্ৰিলত ধৰা পৰিছিল এই মাৰাত্মক ভাইৰাছ। প্ৰায় ৩-৪ বাৰ টেষ্টত নিগেটিভ ওলোৱাত তেওঁলোকক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হয়।

ইফালে আজিৰ দিনটোত অসমত পুনৰ দুগৰাকী লোকৰ দেহত ক’ভিদ-১৯ পজিটিভ পোৱা গৈছে।

গুৱাহাটী আৰু মৰিগাঁৱৰ দুগৰাকী লোকৰ দেহত পোৱা গৈছে এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি। কিছু সময় পূৰ্বে ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনাইছে এই কথা।

জানিব পৰা মতে, নতুনকৈ আক্ৰান্ত হোৱা লোক দুজন হৈছে ক্ৰমে মহানগৰীৰ ফাঁচী বজাৰৰ ৫০ বছৰীয়া ব্যৱসায়ী মৰংগী চাহানী(৫০) আৰু জাগীৰোডৰ অমৰজ্যোতি ডেকা। চাহানীৰ ঘৰ ভূতনাথত৷

উল্লেখ্য যে অসমত এতিয়ালৈকে ৬৪ গৰাকী লোকৰ দেহত পোৱা গৈছে এই মাৰাত্মক ভাইৰাছ। ইয়াৰে ২৩ জন চিকিৎসাধীন। ৩৯ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে। ইতিমধ্যে দুগৰাকীয়ে মৃত্যুক আঁকোৱালি লৈছে।

Recent News

Rahul Gandhi

সংসদত প্ৰধানমন্ত্ৰী মোদী আৰু আদানীৰ পুৰণি ফটো! আক্ৰমণাত্মক ৰাহুল গান্ধী

chopper connectivity in Assam

ৰাজ্যৰ চাৰি জিলা সংযোগী ছটা পথত বুধবাৰৰ পৰা হেলিকপ্টাৰ সেৱা

Rhino found dead

গোলাঘাটত মৰ্মান্তিক মৃত্যু কাজিৰঙাৰ পৰা ওলাই অহা গঁড়ৰ

Fake encounter in Assam

ভুৱা এনকাউণ্টাৰ: দুই আৰক্ষী বিষয়াক ৭ লাখ টকাকৈ ক্ষতিপূৰণ আদায়ৰ দিয়াৰ নিৰ্দেশ মানৱ অধিকাৰ আয়োগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd