• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পূব ছিয়াঙৰ দয়িং ইৰিং স্মাৰক বন্যপ্ৰাণী অভয়াৰণ্যত ৫জন দুৰ্ধৰ্ষ চোৰাং চিকাৰী গ্ৰেপ্তাৰ

মাকছাম টায়েংগি by মাকছাম টায়েংগি
January 4, 2019 9:55 pm
WhatsApp Image 2019-01-04 at 7.36.43 PM
642
VIEWS
Share on FacebookShare on Twitter

অৰুণাচলৰ পূব ছিয়াঙৰ দয়িং ইৰিং স্মাৰক বন্যপ্ৰাণী অভয়াৰণ্যত আজি পুৱা ৫জন দুৰ্ধৰ্ষ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিছে। এই চোৰাং চিকাৰী কেইজনক অঞ্চলঘাট ৰেঞ্জৰ অন্তৰ্গত সন্যাসী টুকুৰাৰ পৰা আটক কৰা হৈছে।

আটকাধীন চোৰাং চিকাৰী কেইজনক দীবাশ পাইত (৩০), দিগন্ত দলে (২৫), বাৎছা দলে (২৮), ৰাজেশ ছুংকুৰাং (৪২) আৰু নং দলে বুলি চিকাক্ত কৰা হৈছে। ইয়াৰে দীবাশ পাইত আৰু দিগন্ত দলেৰ ঘৰ ধেমাজিৰ জোনাই আৰক্ষী থানা, ডাকঘৰ লেকুৰ অন্তৰ্গত কেমি গাঁৱত। বাৎছা দলে, ৰাজেশ ছুংকুৰাং আৰু নং দলেৰ ঘৰ হৈছে অৰুণাচলৰ পূব ছিয়াং জিলাৰ ছিল্লে অয়ান চক্ৰ/থানা/ডাকঘৰৰ অন্তৰ্গত অয়ান গাঁৱত।

অভিযানকাৰী দলটোক নেতৃত্ব প্ৰদান কৰা জীপঘাট বীটৰ বীট অফিচাৰ, উপ ফৰেষ্ট ৰেঞ্জাৰ শ্ৰী অৰিন পাৰ্মেই  জনাইছে যে দীবাশ পাইত আৰু নং দলে নামৰ  এই চোৰাং চিকাৰী দুজন  অতি নৃশংস চোৰাং চিকাৰী আৰু এই দুজনক ইয়াৰ পূৰ্বেও অভয়াৰণ্যখনত চিকাৰ নকৰিবলৈ সাৱধান কৰি দিয়া হৈছিল।

ডিএফঅ’ তাছাং তাগাই জনাইছে যে বন্যপ্ৰাণী আইন অনুসৰি এই চোৰাং চিকাৰীকেইজনৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

চোৰাং চিকাৰীকেইজনৰ পৰা এজনী সুগৰি পহু, ৩টা ১২ ব’ৰৰ (এটা দুনলীয়া আৰু দুটা এনলীয়া) ৰাইফল, ১৪ টা সজীৱ গুলী আৰু ৩টা মোবাইল হেণ্ডছেট জব্দ কৰা হৈছে। আজি আবেলি ধৃত চোৰাং চিকাৰী কেইজনক ছিল্লে-অয়ান আৰক্ষী থানাত গটাই দিয়া হৈছে।

চোৰাং চিকাৰীক গ্ৰেপ্তাৰত জড়িত এগৰাকী বন বিভাগৰ কৰ্মচাৰীয়ে জনাইছে যে চোৰাং চিকাৰীৰ হাতত মৃত্যু হোৱা সুগৰি পহুজনীৰ পোৱালী আছিল। কাৰণ তাইৰ ওহাৰত পোৱালীয়ে গাখীৰ খোৱা চিন পোৱা গৈছে আৰু বাটৰ পৰা গাখীৰ নিগৰি থকা দেখা গৈছে। কৰ্মচাৰীগৰাকীয়ে জনাইছে যে যদিহে পোৱালী কেইটা ডাঙৰ হৈছে তেতিয়া হ’লে সিঁহত বাছি থাকিব, যদিহে সৰু হৈ আছে মাকৰ অভাৱত সিঁহতৰ মৃত্যু হ’ব।

Recent News

কুনো ৰাষ্ট্ৰীয় উদ্যানত আঘাতপ্ৰাপ্ত হৈ ৮ বছৰীয়া নামিবিয়ান চিতা ‘নাভা’ৰ মৃত্যু

কুনো ৰাষ্ট্ৰীয় উদ্যানত আঘাতপ্ৰাপ্ত হৈ ৮ বছৰীয়া নামিবিয়ান চিতা ‘নাভা’ৰ মৃত্যু

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd