• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কেন্সাৰ প্ৰতিৰোধত সহায় কৰা পাঁচবিধ খাদ্য

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 27, 2020 9:25 am

2 min read

bfbd6dbdc8389acc4c2b0ec5aa16496c

প্ৰতিনিধিত্বমূলক চিত্ৰ

14.7k
VIEWS
Share on FacebookShare on Twitter

এইটো শতিকাৰ আটাইতকৈ ভয়াবহ ৰোগবিধেই হ’ল কেন্সাৰ। অত্যাধিক মদ আৰু মাদক দ্ৰব্য সেৱন আৰু প্ৰয়োজন অনুসৰি ফল-মূল নোখোৱাৰ বাবেই এই ৰোগবিধ বৃদ্ধি পোৱাৰ কাৰণ বুলি এটা অধ্যয়ণত প্ৰকাশ পাইছে।

দিনে দিনে কেন্সাৰ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ আন এটা কাৰণ হৰমোন সম্বন্ধীয় পৰিৱৰ্তন বুলিও ধৰা হৈছে।

কেন্সাৰ ৰোগ সকলোৰে বাবে এক চিন্তাৰ বিষয় যদিও ইয়াৰ পৰা হাত সাৰি থকাটো সম্ভৱ। ইয়াৰ বাবে সকলোৱে দৈনিক পাঁচবিধ খাদ্য বা আহাৰ গ্ৰহণ কৰাটো প্ৰয়োজনীয়।

পাঁচবিধ খাদ্যৰ সবিশেষ তলত উল্লেখ কৰা হ’ল

ব্ৰকলি

ব্ৰকলিত অধিক মাত্ৰাত sulforaphane থাকে আৰু ই কেন্সাৰ ষ্টেম কোষ বিলাকক ধ্বংস কৰাত সহায় কৰে। এটা অধ্যয়ণত প্ৰকাশিত তথ্য অনুসৰি sulforaphane-এ স্তন কেন্সাৰৰ ৭৫ শতাংশ কোষ হ্ৰাস কৰাত সহায় কৰে। স্তন কেন্সাৰৰ পৰা হাত সাৰি থাকিবলৈ সপ্তাহত দুবাৰ বা তিনিবাৰ ব্ৰকলি খাব লাগে।

Beta-carotene যুক্ত খাদ্য

Beta-carotene যুক্ত খাদ্যই কেন্সাৰ প্ৰতিৰোধত যথেষ্ট পৰিমানে সহায় কৰে। হালধীয়া ৰঙালাউ, সেউজীয়া শাক-পাচলি, পকা অমিতাৰ লগতে অন্যান্য ৰঙা ফল-মূলত অধিক মাত্ৰাত Beta-carotene থাকে।

গাজৰ

গাজৰে কেন্সাৰ প্ৰতিৰোধত যথেষ্ট সহায় কৰে বুলি বিভিন্ন অধ্যয়ণত প্ৰকাশ পাইছে। গাজৰে পেটৰ কেন্সাৰৰ সংশয় ২৬ শতাংশ নাইকীয়া কৰে। ধূম্ৰপান কৰা লোকসকলে যদি গাজৰ নাখাই তেন্তে তেওঁলোকৰ হাওঁ-ফাঁওত কেন্সাৰ হোৱাৰ আশংকা তিনিগুণ বৃদ্ধি পায়। এই মাৰাত্মক ৰোগবিধৰ পৰা বাচিবলৈ হ’লে গাজৰ খোৱা অভ্যাসত পৰিণত কৰক।

বিন

বিনত অত্যাধিক মাত্ৰাত ফাইবাৰ থাকে। ই কলন কেন্সাৰ প্ৰতিৰোধত সহায় কৰে। আপোনাৰ খাদ্য তালিকাত যদি বিনৰ মাত্ৰা বঢ়াই দিয়ে তেন্তে এইবিধ কেন্সাৰৰ পৰা হাত সাৰি থকাৰ সম্পূৰ্ণ সম্ভাৱনা আছে।

বাদাম

গৱেষণাত কোৱা হৈছে যে বিভিন্ন প্ৰকাৰৰ বাদাম সেৱন কৰাৰ ফলত কেন্সাৰ ৰোগৰ আশংকা বহু পৰিমানে হ্ৰাস পায়।

Recent News

Paresh-Baruah-1-750x375

প্ৰধান মন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণৰ পূৰ্বে ডিগবৈৰ সেনা শিবিৰত আলফা(স্বা)ৰ বোমা বিস্ফোৰণ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ শুকানজূলী ফায়াৰিং ৰেঞ্জত পৰিত্যক্ত অৱস্থাত ড্ৰোন উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ শুকানজূলী ফায়াৰিং ৰেঞ্জত পৰিত্যক্ত অৱস্থাত ড্ৰোন উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

জখলাবন্ধাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

জখলাবন্ধাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd