• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উইঘূৰ সম্প্ৰদায়ৰ গতিবিধি লক্ষ্য কৰিবলৈ চীনে স্থাপন কৰিলে ৫জি বেছ ষ্টেচন !উদ্বিগ্ন মানৱাধিকাৰ সংগঠন

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 17, 2022 6:02 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনৰ চৰকাৰে দেশ খনৰ সংখ্যালঘু মুছলমান উইঘূৰ সম্প্ৰদায়ৰ লোকৰ ওপৰত চলাই অহা অত্যাচাৰৰ কাহিনীয়ে সমগ্ৰ বিশ্বকে জোকাৰি গৈছিল। উইঘূৰ লোকক চীনৰ চৰকাৰে বন্দী কৰি ৰখাৰ তথ্যও পোহৰলৈ আহিছিল। এনে সময়তে দেশ খনৰ জিনজিয়াং অঞ্চলত ৫জি বেছ ষ্টেচন মুকলি কৰাৰৰ কথাই নতুন বিতৰ্কৰ সূত্ৰপাত ঘটাইছে। মাৰ্কিন সংবাদ মাধ্যমৰ খবৰ অনুসৰি উইঘূৰসকলৰ গতিবিধি নিৰীক্ষণৰ বাবেই সেই স্থানত ৫জি বেচ ষ্টেচন স্থাপন কৰিছে ।উল্লেখ্য যোৱা মাহত, চীনৰ তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে ঘোষণা কৰিছিল যে সমগ্ৰ দেশত ব্যৱহৃত ৫জি বেচ ষ্টেচনৰ সংখ্যা ১.৯৬নিযুত অতিক্ৰম কৰিছে।

চৰকাৰী বিষয়া ৱাং পেঙ কয়, “উচ্চ মানৰ ঔদ্যোগিক ইণ্টাৰনেট নেটৱৰ্কে চীনৰ ৩০০ খনতকৈও অধিক চহৰ সামৰি লৈছে, ফলত পৰম্পৰাগত চীনা উদ্যোগসমূহৰ পৰিৱৰ্তন আৰু উন্নীতকৰণ ত্বৰান্বিত হৈছে।” জিনজিয়াঙত বেইজিঙে ২০১৯ চনৰ পৰাই ব্ৰডবেণ্ড চেলুলাৰ নেটৱৰ্কৰ বাবে ৫জি প্ৰযুক্তিৰ সম্প্ৰসাৰণৰ কাম আৰম্ভ কৰিছিল বুলি জানিব পৰা গৈছে। ৰেডিঅ’ ফ্ৰী এছিয়া (আৰএফএ)ৰ মতে জিনজিয়াঙত যিকোনো চীনা প্ৰদেশ বা স্বায়ত্তশাসিত অঞ্চলৰ আটাইতকৈ বেছি অঞ্চল আছে, যাৰ পৰিমাণ হৈছে ৬৪২,৮০০ বৰ্গ কিলোমিটাৰ ।

Apply Now

বিশেষজ্ঞসকলৰ মতে, “সমগ্ৰ অঞ্চলটোত ৫জি নেটৱৰ্ক ৰোলআউটে এক বিদ্যমান ব্যাপক ডিজিটাইজড প্ৰণালী বৃদ্ধি কৰিব যি নিৰীক্ষণ ড্ৰোন, মুখ চিনাক্তকৰণ কেমেৰা আৰু মোবাইল ফোন স্কেনৰ জৰিয়তে আৱাসীসকলৰ চলাচল নিৰীক্ষণ কৰে। মুখ্যতঃ মুছলমান জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে চীনৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই কাম কৰা হৈছে” । ৱাল ষ্ট্ৰীট জাৰ্নেলৰ এজন সাংবাদিক জছ চিনে কয়, যে এনে ব্যৱস্থাই নিৰীক্ষণৰ মাত্ৰা আৰু দক্ষতা বৃদ্ধি কৰিব।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

July 18, 2026 9:06 pm
অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

July 18, 2026 7:11 pm
বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

July 18, 2026 5:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

July 18, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd