• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশত জীৱশ্ৰেষ্ঠৰ বৰ্বৰ কাণ্ড! নাহৰফুটুকী মাৰি মাংস খোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল ৫জন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 24, 2021 10:56 am

2 min read

Story-8-15-1140x570-750x375

প্ৰতিনিধিত্বমূলক ফটো।

155
VIEWS
Share on FacebookShare on Twitter

কেইমাহমান পূৰ্বে ফটকা ভৰাই দিয়া আনাৰসৰ খুৱাই এটা গৰ্ভৱতী হাতীক নৃশংসভাৱে হত্যা কৰা কেৰালাত এইবাৰ সংঘটিত হৈছে আন এক অনৰূপ নিৰ্মম ঘটনা।

এইবাৰ এটা নাহৰফুটুকী বাঘ মাৰি ইয়াৰ মাংস ভক্ষণ কৰাৰ অভিযোগ উঠিছে ৫জন লোকৰ বিৰুদ্ধে। লোককেইজনক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।

বাতৰি অনুসৰি, শুকুৰবাৰে কেৰালাৰ বনবিভাগৰ বিষয়াসকলে খৱৰ লাভ কৰে যে ইড্ডুকি জিলাৰ মানকুলাম অঞ্চলৰ বিনোদ নামৰ এজন লোকৰ ঘৰত নাহৰফুটুকীৰ মাংস ৰন্ধা হৈছে।

ইয়াৰ পাছতে তাত অভিযান চলাই নাহৰফুটুকীৰ ১০ কিলোগ্ৰাম কেঁচা মাংস আৰু ইয়াৰ ছাল তথা দাঁত জব্দ কৰা হয়।

মানকুলামৰ ভি পি কুৰিয়াকোছ(৭৪), ছালি কুঞ্জাপান(৫৪), চি এচ বিনু (৫০), ভিনচেন্ট(৫০) আৰু ঘৰটোৰ গৰাকী বিনোদ পিকে(৪৫)ক গ্ৰেপ্তাৰ কৰা হৈছে।

বনবিভাগৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে কেইদিনমান পূৰ্বে বিনোদ আৰু কুৰিয়াকোছে মানকুলাৰ ওচৰৰ মুনিপাৰা বনাঞ্চলৰ পৰা ১০০ মিটাৰ আঁতৰত এটুকুৰা ব্যক্তিগত ভূমিত ফান্দ পাতিছিল।

বুধবাৰে পুৱাই ৬বছৰীয়া নাহৰফুটুকীটো তাত পৰে। অভিযুক্তকেইজনে সেই নাহৰফুটুকীটো বিনোদৰ ঘৰলৈ লৈ গৈ তাক হত্যা কৰি ইয়াৰ মাংস ৰান্ধি খায়।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে নাহৰফুটুকীটোৱে বিনোদৰ এটা ছাগলী মাৰিছিল। ইয়াৰ খঙতে ফান্দ পাতি নাহৰফুটুকীটো হত্যা কৰা বুলি বিনোদ আৰু তেওঁৰ সহযোগীসকলে স্বীকাৰ কৰিছে।

অভিযুক্তকেইজনৰ বিৰুদ্ধে বন্যপ্ৰাণী সুৰক্ষা আইন,১৯৭২ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। দোষী সাৱ্যস্ত হ’লে লোককেইজনৰ সাত বছৰ কাৰাদণ্ড হ’ব পাৰে।

Recent News

IMG_20210306_150302

বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগ দিয়েই মহা বিস্ফোৰণ বিতোপন শইকীয়াৰ

a raij

ৰাইজৰ দলৰ ১৭ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ; কোনে ক’ত পালে প্ৰাৰ্থিত্ব?

পাকিস্তান : আস্থাভোটত বিজয়ী হৈ সংসদত সুদৃঢ় খোপনি ইমৰাণ খান চৰকাৰৰ

পাকিস্তান : আস্থাভোটত বিজয়ী হৈ সংসদত সুদৃঢ় খোপনি ইমৰাণ খান চৰকাৰৰ

a chutiya

বিজেপিক বিশ্বাসঘাতক আখ্যা চুতীয়া ছাত্ৰ সন্থা-চুতীয়া যুৱ সন্মিলনৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd