• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ভাৰতীয় সেনাৰ আক্ৰমণত পাকিস্তানৰ পাঁচগৰাকী সেনা নিহত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 11, 2020 11:01 am

1 min read

ভাৰতীয় সেনাৰ আক্ৰমণত পাকিস্তানৰ পাঁচগৰাকী সেনা নিহত

প্ৰতিনিধিত্বমূলক চিত্ৰ

3.1k
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে নিশা জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাত ভাৰতীয় সেনাই চলোৱা এক অভিযানত পাঁচগৰাকী পাকিস্তানী সেনা নিহত হোৱাৰ লগতে অন্য তিনিগৰাকী গুৰুতৰভাৱে আহত হয়।

ভাৰতীয় সেনা বাহিনীৰ এটা সূত্ৰই এই কথা জানিবলৈ দিয়ে।

সূত্ৰটোৱে জানিবলৈ দিয়া মতে, ‘বৃহস্পতিবাৰে পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ মনকোট চেক্টৰত পাকিস্তানৰ সেনাবাহিনীয়ে নিৰ্বিচাৰভাৱে গুলীচালনা কৰিছিল’।

লগতে কয়, ‘ভাৰতৰ সীমান্তৰ নাগৰিকসকল আৰু সম্পত্তি বিনষ্ট কৰাৰ লক্ষ্যৰে চলোৱা গুলীচালনাত বহু ক্ষয়-ক্ষতি হৈছে’।

পাকিস্তানৰ এই আক্ৰমণৰ পিছতে ভাৰতৰ তৰফৰ পৰা চলোৱা প্ৰত্যুত্তৰত পাঁচগৰাকী পাক সেনা নিহত হোৱাৰ লগতে আন তিনিগৰাকী গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা যায়।

দুয়োপক্ষৰ মাজত চলা প্ৰায় দুঘণ্টাজোৰা গুলীয়াগুলীত ভাৰতীয় সেনাই পাকিস্তানৰ কেইবাটাও বাংকাৰ নষ্ট কৰি দিয়ে।

উল্লেখ্য যে এই বছৰৰ আৰম্ভণিৰ পৰা পাকিস্তানে বহুবাৰ ১৯৯৯ চনত দুয়োখন দেশৰ মাজত হোৱা দ্বিপাক্ষিক যুদ্ধবিৰতি চুক্তি উলংঘন কৰিছে।

তথ্য অনুসৰি চলিত বছৰৰ জানুৱাৰি মাহৰ পৰা এই পৰ্যন্ত পাকিস্তানে ৩২০০ ৰো অধিকবাৰ কৰা যুদ্ধবিৰতি চুক্তি উলংঘনত ৩০ গৰাকী লোক নিহত হোৱাৰ লগতে ১০০ৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছে।

Recent News

Arnab-Goswami-1-750x375

যিমানেই নামিছে সিমানেই তিতিছে অৰ্ণৱ: কিয় ৪০ লাখ টকা দিছিল পাৰ্থ দাসসগুপ্তক?

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd