• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উৎকৃষ্ট খেলুৱৈৰ বাবে চাকৰিত ৫ শতাংশ সংৰক্ষণ মিজোৰামত

অনিৰুদ্ধ লস্কৰ by অনিৰুদ্ধ লস্কৰ
November 15, 2019 7:46 am
Sports-1-1024x512

প্রতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনৰ উৎকৃষ্ট খেলুৱৈৰ বাবে চৰকাৰী চাকৰিত মিজোৰাম চৰকাৰে ৫শতাংশ সংৰক্ষণৰ কথা বৃহস্পতিবাৰে ঘোষণা কৰিছে।

ক্ৰীড়াক উৎকৃষ্ট ৰূপত তুলি ধৰা তথা ক্ৰীড়াক এক আকৰ্ষণীয় কেৰিয়াৰ হিচাপে গঢ়ি তোলাৰ বাবেই ৰাজ্য চৰকাৰখনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

Apply Now

ৰাজ্যখনৰ পাৰ্ছনেল তথা প্ৰশাসনীয় সংস্কাৰ বিভাগৰ দ্বাৰা জাৰি কৰা এখন আনুষ্ঠানিক পত্ৰত কোৱা হৈছে: ‘’আন্তৰ্জাতিক পৰ্যায়ত দেশক প্ৰতিনিধিত্ব কৰা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত ৰাজ্যখনক প্ৰতিনিধিত্ব কৰা, কেন্দ্ৰীয় যুৱ আৰু ক্ৰীড়া পৰিক্ৰমাৰ স্বীকৃত আন্ত:বিশ্ববিদ্যালয় প্ৰতিযোগিতা আৰু ৰাষ্ট্ৰীয় ক্ৰীড়াত ৰাজ্যখনৰ বিদ্যালয়ৰ টীমক প্ৰতিনিধিত্ব কৰা উৎকৃষ্ট খেলুৱৈৰ বাবে গ্ৰুপ বি, চি আৰু ডি’ৰ খালী পদৰ ৫ শতাংশ সংৰক্ষণ কৰা হ’ব।‘’

পোনপটীয়াকৈ নিযুক্তি দিবলগীয়া এই নিযুক্তিৰ ক্ষেত্ৰত যিসকলে জিলাখনক প্ৰতিনিধিত্ব কৰি ৰাজ্যিক পৰ্যায়ৰ ক্ৰীড়াত স্বৰ্ণ পদক লাভ কৰে তেনে উৎকৃষ্ট খেলুৱৈৰ বাবেও সংৰক্ষণ থাকিব বুলি পত্ৰখনত কোৱা হৈছে।

ফুটবল,বক্সিং আৰু ক্ৰিকেটকে ধৰি ২৮ বিধ ক্ৰীড়াত যোগ্যতাৰ মাপকাঠী পূৰণ কৰা আবেদনকাৰীক পোনপটীয়া নিযুক্তি দিয়া হ’ব।

নিযুক্তিৰ বাবে বয়সৰ উৰ্দ্ধসীমা ৫বছৰলৈ (অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ বাবে ১০ বছৰ) ৰেহাই দিয়া হ’ব।

আন্তৰ্জাতিক পৰ্যায়ত দেশক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলক প্ৰথম অগ্ৰাধিকাৰ দিয়া হ’ব।

খেলুৱৈৰ বাবে সংৰক্ষিত পদত পোনপটীয়া নিযুক্তিৰ বাবে খেলুৱৈৰ যোগ্যতা নিৰ্দ্ধাৰণকাৰী প্ৰমান পত্ৰ প্ৰদানৰ দায়িত্ব ক্ৰীড়া আৰু যুৱ সঞ্চালকালয়ক অৰ্পন কৰা হৈছে।

অনিৰুদ্ধ লস্কৰ

অনিৰুদ্ধ লস্কৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd