DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা, ১০ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব নিৰ্বাচন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 8, 2022 4:44 pm
7-phase election in UP, results for all states on March 10
237
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় নিৰ্বাচন আয়োগে শনিবাৰে গোৱা, পঞ্জাৱ, মণিপুৰ, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশৰ বিধান সভাৰ সাধাৰণ নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে।

উত্তৰ প্ৰদেশৰ ৪০৩ খন বিধানসভা আসন, পঞ্জাৱত ১১৭ খন, উত্তৰাখণ্ডত ৭০ খন মণিপুৰত ৬০ খন আৰু গোৱাত ৪০ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰই কয়। পাঁচখন ৰাজ্যত সাতটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব

উত্তৰ প্ৰদেশত সাতটা পৰ্যায়ত ভোটদান অনুষ্ঠিত হ’ব। ১০ ফেব্ৰুৱাৰীত প্ৰথম পৰ্যায়ৰ ভোট দান হোৱাৰ পিছত ক্ৰমে ১৪ ফেব্ৰুৱাৰী, ২০ ফেব্ৰুৱাৰী, ২৩ ফেব্ৰুৱাৰী, ২৭ ফেব্ৰুৱাৰী, ৩ মাৰ্চ আৰু ৭ মাৰ্চত উত্তৰ প্ৰদেশত ভোটদানৰ পৰ্যায়সমূহ ধাৰ্য কৰা হৈছে।

পঞ্জাৱ, গোৱা আৰু উত্তৰাখণ্ডত ১৪ ফেব্ৰুৱাৰীত এটা পৰ্যায়ৰ ভোটদান অনুষ্ঠিত হ’ব।

সেইদৰে মণিপুৰত ৩ মাৰ্চত ভোটদান হ’ব।

১০ মাৰ্চত নিৰ্বাচনৰ ভোটগণনা হ’ব।

কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ১৫ জানুৱাৰীলৈকে কোনো ৰোড শ্ব’, পদযাত্ৰা, চাইকেল বা বাইক ৰেলী আৰু শোভাযাত্ৰাৰ অনুমতি দিয়া নহ’ব।পৰিস্থিতি পুনৰীক্ষণ কৰাৰ পিছত নতুন নিৰ্দেশনা জাৰী কৰা হ’ব বুলি মুখ্য নিৰ্বাচন আয়ুক্তই জানিবলৈ দিয়ে।

আনহাতে ৰাজনৈতিক দলবোৰে তেওঁলোকৰ ৱেবছাইটত নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে বাছনি কৰা ব্যক্তিসকলৰ অপৰাধমূলক গোচৰৰ অমীমাংসিত বিতং তথ্য আপলোড কৰাটো বাধ্যতামূলক হ’ব বুলি তেওঁ লগতে কয়।

“আমি পাঁচখন ৰাজ্যত সৰ্বাধিক ভোটাৰৰ অংশগ্ৰহণৰ সৈতে ব্যাপক প্ৰস্তুতিৰে ক’ভিড-সুৰক্ষিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ লক্ষ্য ৰাখিছো। সকলো ভোটকেন্দ্ৰত চেনিটাইজাৰ আৰু মাস্কসহ ক’ভিদ কেন্দ্ৰিক সুবিধা থাকিব। লগতে ক’ভিদ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বুথৰ সংখ্যা বৃদ্ধি কৰা হৈছে।” মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰই লগতে কয়।

Recent News

Sikkim

প্ৰতি নৱজাতকৰ বিপৰীতে ১০০ টাকৈ গছপুলি: ছিকিম চৰকাৰৰ অভিনৱ পদক্ষেপ

ফেচবুক কৰ্ণাৰ: বাল্য বিবাহ মানেই অবৈধ নেকি

ফেচবুক কৰ্ণাৰ: বাল্য বিবাহ মানেই অবৈধ নেকি

বিবিচিৰ তথ্যচিত্ৰ নিষিদ্ধকৰণ : উচ্চতম ন্যায়ালয়ৰ ৰোষত মোদী চৰকাৰ!

বিবিচিৰ তথ্যচিত্ৰ নিষিদ্ধকৰণ : উচ্চতম ন্যায়ালয়ৰ ৰোষত মোদী চৰকাৰ!

Singapore Chief Justice In Supreme Court

উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠত মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ লগতে বহিল ছিংগাপুৰৰ মুখ্য ন্যায়াধীশ সুন্দৰেশ মেনন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd