DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আমফানৰ সময়ত পশ্চিম বংগত নিয়োজিত NDRFৰ ৫০ গৰাকী সদস্য ক’ভিড-১৯ত আক্ৰান্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
June 10, 2020 8:46 am
ফটো উৎস : ইণ্টাৰনেট

ফটো উৎস : ইণ্টাৰনেট

314
VIEWS
Share on FacebookShare on Twitter

চাইক্ল’ন আমফানে ভয়াবহভাৱে ক্ষতিগ্ৰস্ত কৰা পশ্চিম বংগত সহায় কাৰ্যত নিয়োজিত NDRFৰ কমেও ৫০ গৰাকী সদস্য ক’ভিড-১৯ত আক্ৰান্ত হৈছে।

জানিব পৰা মতে, ক’ভিড-১৯ত আক্ৰান্ত সদস্য কেইজন কটকস্থিত NDRF মিণ্ডালি বেটেলিয়নৰ।

উল্লেখ্য যে আমফানৰ সময়ত পশ্চিম বংগত নিয়োজিত এজন সদস্য কিছু দিন পূৰ্বে ক’ৰ’নাত আক্ৰান্ত হোৱাত বাকী সকলোৰো কনটেক্ট ট্ৰেচিঙৰ আধাৰত টেষ্ট কৰা হয়।

পশ্চিম বংগৰ পৰা ওৰিষ্যাৰ কটকস্থিত শিবিৰলৈ ঘূৰি অহাৰ পিছৰে পৰা এতিয়ালৈ ১৭০ গৰাকীৰো অধিক NDRF সদস্যৰ ক’ৰ’নাৰ টেষ্ট কৰা হৈছে।

কোনো লক্ষণ দেখা নিদিয়াকৈয়ে ক’ৰ’নাত আক্ৰান্ত হৈছে বেছিভাগ সদস্য।

‍‘চাইক্ল’ন আমফান ডিউটিৰ পৰা ঘূৰি অহাৰ পিছত ১৯০ গৰাকী সদস্যৰ ভিতৰত ৫০ গৰাকীৰ দেহত ক’ৰ’না ভাইৰাছৰ উপস্থিতি পোৱা গৈছে’, NDRFৰ ডিৰেক্টৰ জেনেৰেলে টুইটযোগে জনায়।

আমফানৰ সময়ত সহায় আৰু উদ্ধাৰ অভিযানৰ বাবে পশ্চিম বগংত NDRFৰ ১৯টা দল নিয়োগ কৰা হৈছিল।

প্ৰতিটো দলতে আছিল ৪৫ গৰাকীকৈ সদস্য।

উল্লেখ্য যে, ভাৰতত ক’ৰ’না ভাইৰাছৰ সংহাৰ হ্ৰাস পোৱাৰ বিপৰীতে তীব্ৰ হাৰত বৃদ্ধি পাই আছে। মঙলবাৰলৈকে দেশত ২,৬৬,৫৯৮গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।

বৰ্তমান দেশত ১২৯৮১৩ গৰাকী লোক চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৭৪২১ গৰাকী লোকৰ মৃত্যু হৈছে।

Recent News

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd