• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তেলেংগানাত অতিবৃষ্টিৰ ফলত হোৱা বানপানীত এতিয়ালৈ ৫০ গৰাকী লোকৰ মৃত্যু

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 15, 2020 10:12 pm

1 min read

তেলেংগানাত অতিবৃষ্টিৰ ফলত হোৱা বানপানীত এতিয়ালৈ ৫০ গৰাকী লোকৰ মৃত্যু
1.5k
VIEWS
Share on FacebookShare on Twitter

তেলেংগানাত অতিবৃষ্টিৰ ফলত হোৱা বানপানীত বৰ্তমানলৈ ৫০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ৰ পৰা প্ৰকাশিত এক বিবৃতিত এই কথা সদৰী কৰা হয়।

অন্ধ্ৰ উপকূলত মঙলবাৰে সৃষ্টি হোৱা অতিচাপৰ ফলত সমগ্ৰ তেলেংগানাত তীব্ৰ বৃষ্টিপাত হয় আৰু ইয়াৰ ফলত হায়দৰাবাদকে ধৰি তেলেংগানাৰ বিভিন্ন অঞ্চল প্লাৱিত হৈ পৰে।

এই বৃষ্টিপাতৰ ফলত হোৱা প্ৰচণ্ড বানপানীয়ে ইতিমধ্যে তেলেংগানাৰ বহু কেইখন জিলাক ক্ষতিগ্ৰস্ত কৰিছে।

তেলেংগানাৰ মুখ্য মন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে বানপানীৰ ফলত প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী ব্যক্তিৰ পৰিয়াললৈ ৫ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে।

দেশৰ বিভিন্ন স্থানৰ নাগৰিকে তেলেংগানাৰ এই প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ৰাজ্যখনৰ প্ৰতি সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিছে।

ছ’চিয়েল মিডিয়াতো ‘তেলেংগানাৰ সৈতে থিয় হওঁক’ ট্ৰেণ্ড কৰা দেখা গৈছে।

বানপানীৰ কৱলত আৱদ্ধ হৈ পৰা নাগৰিক সকলক উদ্ধাৰৰ বাবে এছ ডি আৰ এফ, এন ডি আৰ এফ আৰু ভাৰতীয় সেনা বাহিনীৰ দল প্ৰথমৰ পৰা মোতায়েন কৰা হৈছে।

Recent News

Violet-Baruah

ভায়োলেট বৰুৱাসহ আন ১৩ গৰাকীলৈ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক

Biswanath

বিশ্বনাথত উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়টো চাৰ্জিং ষ্টেচনৰ লগতে দুখনকৈ ইলেকট্ৰিক বাছৰ শুভ উদ্বোধন

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd