DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ওদালগুৰিত এ আই য়ু ডি এফত যোগদান ৫২ গৰাকী বি পি এফ সদস্যৰ

চাজিদ খান by চাজিদ খান
June 11, 2020 5:54 pm
7-6-750x375

হাগ্ৰামা মহিলাৰীৰ ফাইল ফটো

7.1k
VIEWS
Share on FacebookShare on Twitter

বি পি এফৰ দুৰ্গত আঘাত হানি বৃহস্পতিবাৰে ওদালগুৰিত ৫২ গৰাকী দলটোৰ সদস্যই পদত্যাগ কৰি এ আই য়ু ডি এফত যোগদান কৰে।

এ আই য়ু ডি এফত যোগদান কৰা ৫২ গৰাকী সদস্যৰ ভিতৰত বি পি এফৰ ধনশিৰি ব্লকৰ সাংগঠনিক সংম্পাদক তিকাৰাম যোগী আৰু কাৰ্য্যালয় সম্পাদক জছ বাহাদুৰ চেত্ৰীও আছে।

বি পি এফক বিদায় জনাই এ আই য়ু ডি এফত যোগদান কৰা অনুষ্ঠানত বৰ্তমানৰ ৩৭ নং ধনশিৰি সমষ্টিৰ এ আই য়ু ডি এফ প্ৰাৰ্থী তথা বি টি চিৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য মিথাৰাম বসুমতাৰীও উপস্থিত আছিল।

‘‘বি পি এফ দলে ক্ষমতালৈ অহাৰ পূৰ্বৰে পৰা মই দলটোৰ হৈ সেৱা আগবঢ়াই গৈছিলো কিন্তু বিগত ১৫ বছৰত মই বহু তিতা অভিজ্ঞতাৰ সন্মুখিন হ’বলগীয়া হৈছো,’’ তিকাৰাম যোগীয়ে এ আই য়ু ডি এফত যোগদান কৰি কয়।

যোগীয়ে এ আই য়ু ডি এফত যোগদান কৰাৰ পাছতে ২০১৭-১৮ চনত বি টি চিত এ এন এম নাৰ্চৰ নিযুক্তি সন্দৰ্ভত বিশেষ অনুসন্ধান দাবী কৰে যোগীয়ে।

Recent News

Siddique Kappan

ন্যায়ালয়ৰ আদেশকো অমান্য! জামিন লাভৰ এমাহ পাছতো কাৰাৰুদ্ধ ছিদ্দিক কাপ্পান

Cancer

কেন্সাৰৰ বিষয়ে জানো আহক

Shanti Bhushan Died

প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী, বিশিষ্ট আইনবিদ শান্তি ভূষণৰ মৃত্যু

pmo on pm cares fund

পিএম কেয়াৰ্ছ ফাণ্ডৰ গৰাকী কোন! উত্তৰ দিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd