DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

দিল্লীত অহা দুই সপ্তাহত ৫৬ হাজাৰলৈ বৃদ্ধি হ’ব পাৰে ক’ৰ’না আক্ৰান্তৰ সংখ্যা : সত্যেন্দ্ৰ জৈন

এন ই নাও নিউজ by এন ই নাও নিউজ
June 8, 2020 6:15 pm
1586435761_ppe new

প্ৰতিনিধিত্বমূলক ফটো

329
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত অহা দুই সপ্তাহৰ ভিতৰত ক’ৰ’না পজিটিভৰ সংখ্যা দুগুণ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

বৰ্তমান দিল্লীত ক’ৰ’না আক্ৰান্তৰ সংখ্যা হৈছে ২৯ হাজাৰ।

দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনে আজি এই সন্দৰ্ভত কয় যে অহা দুই সপ্তাহত দিল্লীত ক’ৰ’না ভাইৰাছৰ সংখ্যা ৫৬ হাজাৰলৈ বৃদ্ধি পাব পাৰে।

তেওঁ লগতে কয় যে বৰ্তমান ক’ৰ’না আক্ৰান্ত ৰোগীৰ বাবে চিকিৎসালয়ত ৮৫০০-৯০০০ বিচনা উপলব্ধ আছে। আগন্তুক ১৫ দিনত বিচনাৰ সংখ্যা ১৫০০০ ৰ পৰা ১৭০০০ লৈ বৃদ্ধি পাব।

‘দিল্লীত ১৪-১৫ দিনত ক’ৰ’না আক্ৰান্তৰ সংখ্যা দুগুণে বৃদ্ধি পাই আছে। সেয়ে অহা ১৫ দিনত এই সংখ্যা ৫৬ হাজাৰ অতিক্ৰম কৰাৰ সম্ভাৱনা আছে’ বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

জৈনে ক’ৰ’না আক্ৰান্তৰ সংখ্যা এনেদৰে বৃদ্ধি পাই থকা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক জগৰীয়া কৰি কয় যে যদি সময় থাকোতেই কেন্দ্ৰই আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বন্ধ কৰি দিলে হয় তেন্তে পৰিস্থিতিৰ ইমান অৱনতি নঘটে।

উল্লেখ্য যে এই পৰ্যন্ত দিল্লীত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ২৮৯৩৬ গৰাকীলৈ বৃদ্ধি পোৱাৰ লগতে ৮১২ গৰাকী লোকৰ মৃত্যু হৈছে।

Recent News

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

ভাৰতত প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণৰ কৰিলে ট্ৰেন্স দম্পতিয়ে : ফ’টশ্বুটৰ জৰিয়তে প্ৰকাশ কৰিলে গৰ্ভধাৰণৰ খবৰ

ভাৰতত প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণৰ কৰিলে ট্ৰেন্স দম্পতিয়ে : ফ’টশ্বুটৰ জৰিয়তে প্ৰকাশ কৰিলে গৰ্ভধাৰণৰ খবৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd