• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

5G in India ৫জি সেৱাঃ ১২ অক্টোবৰৰ ভিতৰত ভাৰতত হ’ব উপলব্ধ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
August 26, 2022 5:05 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইণ্টাৰনেটৰ ৫ জি সেৱাৰে সংযুক্ত হ’ব ভাৰত। মাজত আৰু বৰ বেছিদিন নাই।কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱেপ্ৰকাশ কৰা মতে চলিগ বৰ্ষৰ ১২ অক্টোবৰৰ ভিতৰত ভাৰতত ৫জি সেৱা আৰম্ভ হ’ব। প্ৰথমতে দেশৰ বচা বচা চহৰত এই সেৱা আৰম্ভ কৰা হ’ব যদিও পিছলৈ দেশৰ সকলো চহৰলৈ এই সেৱা সম্প্ৰসাৰিত কৰা হ’ব।অশ্বিনী বৈষ্ণৱে কয় “আমি আশা ৰাখিছো যে অহা দুই-তিনি বছৰৰ ভিতৰত দেশৰ প্ৰতিটো প্ৰান্ততে ৫জি সেৱা উপনীত হ’ব ।

এই সেৱা সুলভ হৈয়ে থাকিব। ৫জি সেৱাই নগৰৰ লগতে গ্ৰাম্য অঞ্চলকো োমৰি ল’ব,” তেওঁ কয়।তেওঁ লগতে কয় যে দ্ৰুতগতিত ৫জি সেৱা আৰম্ভ কৰাৰ পৰিকল্পনা কৰি থকা হৈছে। টেলিকম অপাৰেটৰসকলে সেই ক্ষেত্ৰত কাম কৰি আছে আৰু টাৱাৰ আদি স্থাপন কৰা হৈছে। সকলো ঠিকে থাকিলে ১২ অক্টোবৰৰ ভিতৰত ৫জি সেৱা আৰম্ভ কৰিব পৰা যাব বুলি আশা কৰা হৈছে। উল্লেখ্য কেন্দ্ৰীয় চৰকাৰে দেশত শীঘ্ৰে ৫ জি ইণ্টাৰনেট সেৱা আৰম্ভ কৰাৰ বিষয়ত কেবিনেট সিদ্ধান্ত লৈছিল।

Apply Now

কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কেবিনেট বৈঠকে ৫ জি স্পেকট্ৰামৰ নিলাম অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত টেলিকম বিভাগে দিয়া প্ৰস্তাৱত শেহতীয়াকৈ অনুমোদন জনাইছিল।কেবিনেটৰ অনুমোদন লাভ কৰাৰ পিছত ৫ জি স্পেকট্ৰামৰ নিলাম চলিত বৰ্ষৰ জুলাই মাহৰ শেষৰ পিনে অনুষ্ঠিত হৈছে ।চৰকাৰৰ মুখপাত্ৰ এগৰাকীয়ে প্ৰকাশ কৰা মতে ২০ বছৰৰ বৈধতাৰ সৈতে মুঠ ৭২ গিগাহাৰ্জৰ স্পেকট্ৰামৰ নিলাম অনুষ্ঠিত কৰা হৈছে।উল্লেখনীয় কথাটো হ’ল এয়াই যে ৪ জি নেটৱৰ্ত্কৈকতকৈ ৫ জি প্ৰায় ১০ গুণে বেছি দ্ৰুত হ’ব।

ডিজিটেল ইণ্ডিয়া, ষ্টাৰ্ট-আপ ইণ্ডিয়া, মেক ইন ইণ্ডিয়া আদিৰ দৰে মুখ্য কাৰ্যসূচী সমূহ এই সেৱাৰ জৰিয়তে যথেষ্ট লাভন্বিত হ’ব বুলি ধাৰণা কৰা হৈছে৷চৰকাৰী মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰা মতে ৫ জি স্পেকট্ৰামৰ নিলামৰ অধীনত মুঠ ৭২০৯৭.৮৫ মেগাহাৰ্জ নিলাম কৰা হৈছে।

নিম্ন বেণ্ড উইথত ৬০০ মেগাহাৰ্জ, ৭০০ মেগাহাৰ্জ,৮০০ মেগাহাৰ্জ,৯০০ মেগাহাৰ্জ, ১৮০০ মেগাহাৰ্জ, ২১০০ মেগাহাৰ্জ, ২৩০০ মেগাহাৰ্জ, মধ্যম বেণ্ড উইথত ৩৩০০ মেগাহাৰ্জ আৰু উচ্চ বেণ্ড উইথত ২৬ গিগাহাৰ্জ ফ্ৰিকুৱেন্সি বেণ্ডৰ স্পেকট্ৰাম নিলাম কৰা হৈছে ।স্পেকট্ৰামৰ নিলাম ২০ বছৰৰ বাবে হ’ব বুলিও জানিব পৰা গৈছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd