• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৬ জানুৱাৰিত ১২ ঘণ্টীয়া “সম্পূৰ্ণ বন্ধ”ৰ আহ্বান

"এই অঞ্চলটোৰ জনগণক প্ৰজাতান্ত্ৰিক স্বাধীনতা উপভোগ কৰিবলৈ দিয়াত ব্যৰ্থ হৈছে"

নংনী তেৰাং by নংনী তেৰাং
January 24, 2020 7:42 pm
KLO-3-750x375

প্ৰতিনিধিত্বমূলক ছবি।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ৭১ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত ইয়াক সম্পূৰ্ণ নাকচ কৰি ২৬ জানুৱাৰিৰ দিনটোত পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ “সম্পূৰ্ণ বন্ধ”ৰ আহ্বান জনাইছে উত্তৰ-পূবৰ ৬টা বিদ্ৰোহী সংগঠনে।

সংগঠনকেইটাই সংবাদ মাধ্যমলৈ ইয়াৰ নেতৃবৰ্গৰ স্বাক্ষৰ থকা এটা যুটীয়া বিবৃতি প্ৰেৰণ কৰিছে।

Apply Now

যুটীয়া বিবৃতিটোত কয়, “সংযুক্ত চৰকাৰখনৰ এজেন্সিবোৰ আৰু উত্তৰ-পূবৰ ৰাজ্য চৰকাৰবোৰে এই তাৰিখটোত এই অঞ্চলটো গণৰাজ্য দিৱস আয়োজনৰ পৰিকল্পনা কৰিছে। কিন্তু এইটো এই অংশটোৰ ওপৰত সম্পূৰ্ণভাৱে সংগতিহীন এটা আৰোপণ, কাৰণ এই অঞ্চলটোৰ নাগৰিকসকলক গণৰাজ্য প্ৰকৃত অৰ্থত উপভোগ কৰিবলৈ দিয়া নহয়। তথাকথিত ভাৰতৰ প্ৰজাতান্ত্ৰিক সংবিধানখন এই অঞ্চলটোৰ জনগণক প্ৰজাতান্ত্ৰিক স্বাধীনতা উপভোগ কৰিবলৈ দিয়াত ব্যৰ্থ হৈছে। আমাৰ অঞ্চলত থকা ভাৰতীয় শাসক তাত্ত্বিকভাৱেহে প্ৰজাতান্ত্ৰিক। কিন্তু বাস্তৱিকতে খিলঞ্জীয়া লোকসকলৰ ওপৰত নিপীড়ন অব্যাহত আছে, যিটো প্ৰজাতন্ত্ৰ ধাৰণাটোৰ সম্পূৰ্ণ বিৰোধমূলক। নিপীড়ন মানে ভাৰতৰ সৈতে থকা অন্যায়পূৰ্ণ সম্পৰ্ক। আমি WESEA (Western South East Asia West East)-ৰ জনগণ শোষিত জনতা”।

বিবৃতিটোত আৰু কোৱা হয়, “আমি সমগ্ৰ WESEA অঞ্চলত ২৬ জানুৱাৰি, ২০২০-ৰ দিনটোত পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ সম্পূৰ্ণ বন্ধৰ আহ্বান জনাইছো, যাতে আমাৰ অঞ্চলত এই আনুষ্ঠানিক উদযাপন বন্ধ কৰিব পৰা যায়।”

বিবৃতিটোত সকলোকে তেওঁলোকৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই গণৰাজ্য দিৱস উদযাপনৰ পৰা বিৰত থাকিবলৈ কয়।

বিবৃতি দিয়া সংগঠনকেইটা হ’ল-

Hynniutrep National Liberation Council (HNLC), Kanglei Yawol Kanna Lup (KYKL), Kangleipak Communist Party (KCP), National Liberation Front of Twipra (NLFT), Kamatapur Liberation Organization (KLO) আৰু People’s Democratic Council of Karbi Longri (PDCK).

নংনী তেৰাং

নংনী তেৰাং

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd