DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁৱৰ ৰূপহীহাটত বিদ্যুৎস্পৃষ্ট হৈ ৬ জনৰ মৃত্যু : মুখ্যমন্ত্ৰীৰ তদন্তৰ নিৰ্দেশ

মিণ্টু দাস by মিণ্টু দাস
September 21, 2018 10:06 am
transformer-1000656_960_720-56db0f513df78c5ba043681a

প্রতিনিধিত্বমূলক ফটো

549
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ ৰূপহীহাটৰ দক্ষিণ খাটোৱালত সংঘটিত হৈছে এক ভয়ানক দুর্ঘটনা। বিদ্যুৎস্পৃষ্ট হৈ ৬ জন লোকৰ মৃত্যু হোৱাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে এটা পুখুৰীত ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰ ছিগি পৰি আছিল। কেবাজনো লোক পুখুৰীটোত মাছ মাৰিবলৈ গৈছিল। মাছ মাৰিবলৈ যোৱা ৬ জন লোকৰ বিদ্যুৎস্পৃষ্ট হৈ ঘটনাস্থলীতে মৃত্যু হয়। মৃত্যু হোৱা সকলৰ ভিতৰত শিশুও আছে।

বৰ্তমান সমগ্ৰ ঘটনাটোক লৈ অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাইজে বিদ্যুৎ বিভাগক তাঁৰ ছিগাৰ কথা জনাইছিল বুলি স্থানীয় লোকে জানিব দিয়ে।

পুৱাই সংঘটিত এই ঘটনাৰ পাছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু ৫ জন লোকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

এই ঘটনাত মৃত্যু হোৱা লোক ৬জন হৈছে ক্ৰমে ৰফিকুল ইছলাম, জবৰ আলী, মইনুল ইছলাম, হবিবুৰ ৰহমান, ইনামুল ইছলাম আৰু আশীকুল ইছলাম।

মৃত্যু হোৱা আৰু আহত হোৱা আটাইকেইজনক নগাঁও অসামৰিক চিকিৎসালয়লৈ অনা হৈছে। চিকিৎসালয়খনত বৰ্তমান এক মৰ্মান্তিক পৰিৱেশে বিৰাজ কৰি আছে।

ইপিনে উত্তেজিত স্থানীয় ৰাইজে বিদ্যুৎ বিভাগৰ এই অৱহেলাৰ বাবে সংঘটিত হোৱা দুৰ্ঘটনাটোৰ বাবে বিভাগৰ কৰ্মচাৰীৰ ঘৰত আক্ৰমণ কৰাৰ লগতে বাহনো ভাঙি পেলায়।

আনহাতে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে  শক্তিমন্ত্ৰী তপন গগৈক ঘটনাস্থলীলৈ যোৱাৰো নিৰ্দেশ দিছে।

Recent News

Rahul Gandhi writes letter to Modi

‘জোৰ-জুলুম নকৰিব’! প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি কাশ্মীৰী পণ্ডিতৰ পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰ আহ্বান ৰাহুল গান্ধীৰ

Jaish module busted

জম্মু-কাশ্মীৰত উৎখাত জইছ-ই-মহম্মদৰ ঘাটি: ৬ সদস্যক গ্ৰেপ্তাৰ, উদ্ধাৰ বিশাল যুদ্ধাস্ত্ৰ ভাণ্ডাৰ

Joshimath-Like Situation In Jammu-Kashmir

জম্মু-কাশ্মীৰত যোশীমঠ সদৃশ সংকট: আতংকই দহিছে স্থানীয় বাসিন্দাক

IndiGo Flies Passenger

অথন্তৰ! পাটনালৈ যাবলগীয়া যাত্ৰীক উদয়পুৰত অৱতৰণ কৰালে ইণ্ডিগ’ বিমানে: তদন্তৰ নিৰ্দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd