• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰী সোণোৱালৰ সন্মুখত আত্মসমৰ্পণ কৰিলে চাৰিটা বিদ্ৰোহী সংগঠনৰ ৬৩জন সদস্যই

এন ই নাও নিউজ by এন ই নাও নিউজ
December 22, 2020 7:02 am
Assam-CM-Sonowal-arms-1024x512

সোমবাৰে গুৱাহাটীত মুখ্যমন্ত্ৰী সোণোৱালৰ সন্মুখত ৬৩জন বিদ্ৰোহী সদস্যই আত্মসমৰ্পণ কৰে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আলফা, পিডিচিকে, য়ুপিআৰএফ আৰু ডিএনএলএ-এই চাৰিটা বিদ্ৰোহী সংগঠনৰ মুঠ ৬৩জন সদস্যই সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সন্মুখত আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ কৰে৷

অনুষ্ঠানটোত আলফা স্বাধীনৰৰ ১৭জন, পিডিচিকেৰ সেনাধ্যক্ষ, য়ুপিআৰএফৰ ৩২জন আৰুডিএনএলএৰ ১৩জনকে ধৰি মুঠ ৬৩জন বিদ্ৰোহী সদস্যই আত্মসমৰ্পণ কৰে।

Apply Now

এই অনুষ্ঠানতে আলফা স্বাধীনৰ উপ মুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱা ওৰফে মনোজ ৰাভায়ো পত্নীৰে সৈতে আত্মসমৰ্পণ কৰে।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আত্মসমৰ্পণ কৰা সকলো নেতা-সদস্যক মুলসুঁতিলৈ আদৰণি জনায়৷

মুখ্যমন্ত্ৰীয়ে কয়, “উগ্ৰপন্থাৰে ৰাষ্ট্ৰবিৰোধী, সংবিধানবিৰোধী কাৰ্যত লিপ্ত হোৱাসকলে আজি উপলব্ধি কৰিছে যে অস্ত্ৰৰে নহয়, মূলসুঁতিলৈ আহিহে সমাজ গঢ়িব পাৰি৷ অস্ত্ৰ এৰি মূলসুঁতিলৈ অহা সকলোকে ধন্যবাদ জনাইছো।’’

মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে  লগত লৈ বিকাশৰ শ্লোগান দিছে৷। এক ভাৰত, শ্ৰেষ্ঠ ভাৰত বনাবলৈ সকলো আগবাঢ়ি আহিব লাগিব। মুখ্যমন্ত্ৰীয়ে যিসকল এতিয়াও অহা নাই তেওঁলোককো আহিবলৈ আহ্বান জনায়।

আত্মসমৰ্পণ কৰা সকলোকে সন্মান সহকাৰে জীৱন নিৰ্বাহ কৰাৰ দিহা কৰা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে চৰকাৰী আঁচনি বোৰ গ্ৰহণ কৰিবলৈয়ো আহ্বান জনায়।

তেওঁ কয় যে আমি দেশক আগবঢ়াই নিবলৈ ইঞ্জিন হিচাপে কাম কৰিব লাগিব।

অনুষ্ঠানত উপস্থিত থাকি মুখ্য সচিব জিষ্ণু বৰুৱাই ইউনিফাইড কামাণ্ডৰ অধীনত ৰাজ্যৰ আইন-শৃংখলাৰ পৰিৱেশ উন্নত হোৱা বুলি দাবী কৰে। আত্মসমৰ্পণ কৰা সকলো সদস্যক সংস্থাপনৰ দিহা কৰা হৈছে বুলি জানিবলৈ দি বৰুৱাই সকলোকে চৰকাৰী আঁচনিসমূহ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

আত্মসমৰ্পণ অনুষ্ঠানত এতিয়াও অস্ত্ৰ সম্বৰণ নকৰা বিদ্ৰোহীসকলক কঠোৰ সকীয়নি দিয়ে আৰক্ষী সল্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই৷

তেওঁ কয় যে যিসকলে দেশত অশান্তি কৰিবলৈ চেষ্টা কৰিব তেওঁলোকক ৰেহাই দিয়া নহ’ব৷ এতিয়াও যিসকলে অহা নাই তেওঁলোকেও আত্মসমৰ্পণ কৰক আৰু চৰকাৰে যিবোৰ সুবিধা দিছে সেয়া গ্ৰহণ কৰক।

অসম আৰক্ষীৰ বিশেষ শাখাৰ মহাপৰিদৰ্শক হীৰেন নাথে আঁত ধৰা আত্মসমৰ্পণৰ অনুষ্ঠানটোত চিআৰপিএফ, সেনা এছএছবি আৰু বিএছএফৰ শীৰ্ষবিষয়াসকলো উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd