• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত ৬৩ ক’ভিড পজিটিভ; আমগুৰিৰ দোকান-পোহাৰ বন্ধৰ আহ্বান

Nenow পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , July 21, 2020 8:24 pm

1 min read

Covid death toll in Assam reaches 930

প্ৰতিনিধিত্বমূলক ফটো।

1.7k
VIEWS
Share on FacebookShare on Twitter

ভয়াৱহ ৰূপত বৃদ্ধি পাইছে শিৱসাগৰত ক’ৰণা সংক্ৰমণ। আজি শিৱসাগৰত ৬৩গৰাকী ব্যক্তিৰ শৰীৰত ক’ভিড পজিটিভ পোৱা যায়।

ইয়াৰে ৫৯গৰাকী পি চি আৰ টেষ্টত আৰু ৪গৰাকী ৰেপিড এন্টিজেন টেষ্টত ধৰা পৰে।

আজি পি চি আৰ টেষ্টত পজিটিভ পোৱা ৫৯গৰাকী ক’ভিড আক্ৰান্তৰ ভিতৰত শিৱসাগৰৰ ১৩ গৰাকী, আমগুৰিৰ ২৫ গৰাকী, নাজিৰাৰ ৮ গৰাকী আৰু ডিমৌৰ ১৩ গৰাকী বুলি জানিব পৰা গৈছে।

এইসকলৰ ভিতৰত ডিমৌৰ ৰাজহ চক্ৰ বিষয়া ইন্দিকা গগৈও আছে বুলি জানিব পৰা গৈছে।

শিৱসাগৰত বৰ্তমানলৈকে ২৩৯ গৰাকী লোক ক’ভিড ১৯ ত আক্ৰান্ত হৈছে।

ইয়াৰে ১৪০ গৰাকী ব্যক্তি বৰ্তমান চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৯৭ জন সুস্থ হৈ ঘৰলৈ উভতি যোৱাৰ লগতে দুজন ৰোগীৰ মৃত্যু হৈছে।

ক’ৰণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা আমগুৰিত তিনিদিনীয়া বন্ধৰ আহ্বান জনাইছে আমগুৰি নগৰ চেম্বাৰ্চ অৱ কমাৰ্চে।

এই তিনিদিনত কেৱল জৰুৰীকালীন সেৱাৰ বাহিৰে সকলো দোকান পোহাৰ ব্যৱসায় প্ৰতিষ্ঠা বন্ধ থাকিব।

ইতিমধ্যে প্ৰশাসনে আমগুৰিৰ কেইবাটাও অঞ্চল কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে।

Tags: COVID-19

Recent News

IMG-20210115-WA0005

নগাঁৱত বনকৰ্মী মহেশ নাথৰ দুখনকৈ গ্ৰন্থ উন্মোচন

a doctor

ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে সৰ্বপ্ৰথমে গ্ৰহণ কৰিব কোভিডৰ ভেকচিন

FB_IMG_1610717632176

বিশিষ্ট সাহিত্যিক সু- লেখিকা বীণা শৰ্মাৰ মৃত্যু, শোক স্তব্ধ নগাঁও

a gana

ভাৰতীয় গণনাট্য সংঘৰ জ্যোতি-স্মৰণ আৰু গণশিল্পী হেমাঙ্গ বিশ্বাস বঁটা প্ৰদান অনুষ্ঠান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd