• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিগত পাঁচ বছৰত বিদেশত ৬৩৩ গৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যু! কোনখন দেশত আটাইতকৈ বেছি?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 27, 2024 9:33 am
প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতি বছৰে এক লাখৰো অধিক ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে বিদেশত অধ্যয়ন কৰিবলৈ যায়। কিন্তু, ইয়াৰে বহুতৰে সপোন আধৰুৱা হৈয়ে ৰয়। অকালতে তেওঁলোকৰ প্ৰাণ হেৰাই যায়। বিগত পাঁচ বছৰত বিদেশত মৃত্যু হৈছে ৬৩৩গৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ। ইয়াৰে শীৰ্ষত আছে কানাডা।

উত্তৰ আমেৰিকা মহাদেশৰ অন্যতম এই দেশখনত বিগত পাঁচ বছৰত ১৭২ জন ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে। বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্য মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে লোকসভাত এই তথ্য সদৰী কৰে।

আক্ৰমণৰ ফলত কানাডাত মৃত্যুৰ সংখ্যা বিগত পাঁচ বছৰত সৰ্বাধিক। সেই সময়ছোৱাত ৯ গৰাকী  শিক্ষাৰ্থীৰ মৃত্যু হয়। আমেৰিকাত ৬ ভাৰতীয় ছাত্ৰৰ মৃত্যু হয়। বিগত পাঁচ বছৰত বিদেশত মুঠ ১৯ গৰাকী ভাৰতীয় ছাত্ৰ-ছাত্ৰী আক্ৰমণৰ ফলত নিহত হৈছে।

Apply Now

প্রতিবেদনত প্রকাশ কৰা মতে, ৬৩৩ টা মৃত্যুৰ ঘটনাৰ ভিতৰত ১০৮ গৰাকী আমেৰিকাত, ৫৮ গৰাকী ব্ৰিটেইনত, ৫৭ গৰাকী অষ্ট্ৰেলিয়াত আৰু ৩৭ গৰাকী ৰাছিয়াত।

লগতে পঢ়কঃ পেৰিছত অলিম্পিকৰ বৰ্ণিল উদ্বোধন; ছেইন নদীৰ ওপৰত ত্ৰিৰংগা হাতত লৈ ভাৰতীয় খেলুৱৈৰ দল

ইয়াৰ উপৰিও ইউক্ৰেইনত ১৮ গৰাকী, জাৰ্মানীত ২৪ গৰাকী, জৰ্জিয়া, কিৰ্গিস্তান আৰু চাইপ্ৰাছত ১২ গৰাকী আৰু চীনত ৮ গৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যু হৈছে।

বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্য মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে লিখিত উত্তৰত কয়, “মন্ত্ৰালয়ৰ ওচৰত উপলব্ধ তথ্য অনুসৰি বিগত পাঁচ বছৰত প্ৰাকৃতিক কাৰণ, দুৰ্ঘটনা, চিকিৎসাকে ধৰি বিভিন্ন কাৰণত বিদেশত ৬৩৩ গৰাকী ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হৈছে।”  

তেওঁ লগতে কয়, ‘বিদেশত থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰীক নিৰাপত্তা প্ৰদান কৰাটো ভাৰত চৰকাৰৰ অন্যতম শীৰ্ষ অগ্ৰাধিকাৰ। বিদেশত থকা ভাৰতীয় মিছন/পোষ্টসমূহে বিদেশৰ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ সৈতে নিয়মীয়াকৈ যোগাযোগ বজাই ৰাখে।”

এক সুকীয়া প্ৰশ্নৰ উত্তৰত মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে কয় যে বিগত তিনি বছৰত মুঠ ৪৮ জন ভাৰতীয় ছাত্ৰ-ছাত্ৰীক আমেৰিকাৰ পৰা দেশলৈ ঘুৰাই পঠোৱা হৈছে। অৱশ্যে এই কঠোৰ পদক্ষেপৰ কাৰণ আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই দেশখনৰ প্ৰশাসনে।

লগতে পঢ়কঃ ইউক্ৰেইন ভ্ৰমণৰ পৰিকল্পনা নৰেন্দ্ৰ মোদীৰ; ৰাছিয়াৰ আক্ৰমণৰ পাছত প্ৰথমবাৰৰ বাবে ২৩ আগষ্টত কৰিব গমন

অৱশ্যে মোডী চৰকাৰৰ মন্ত্ৰীৰ ভাষাত “অকৰ্তৃত্বশীল কৰ্মসংস্থাপন, বহিষ্কাৰ আৰু নিলম্বন, ঐচ্ছিক ব্যৱহাৰিক প্ৰশিক্ষণ আৰু নিয়োগৰ প্ৰতিবেদন প্ৰস্তুত নকৰাটো প্ৰত্যাৱৰ্তনৰ সম্ভাৱ্য কাৰণ। কেতিয়াবা ভিছাৰ জটিলতাৰ ফলত এজন ছাত্ৰৰ ভিছা বাতিল হ’ব পাৰে, আৰু শেষত বিতাড়িত হ’ব পাৰে।” 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd