• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগালেণ্ডত ৩৫২০ গৰাকীলৈ বৃদ্ধি কোভিড প’জিটিভ লোকৰ সংখ্যা; নতুনকৈ ৬৫ গৰাকী লোক কোভিড সংক্ৰমিত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 18, 2020 7:56 pm

1 min read

COVID19-1140x570
201
VIEWS
Share on FacebookShare on Twitter

নাগালেণ্ড বিগত ২৪ ঘণ্টাত ৬৫ গৰাকী লোক কোভিড প’জিটিভ ৰূপে চিনাক্ত হয়।

ইয়াৰ ফলত ৰাজ্যখনত কোভিড প’জিটিভ লোকৰ সংখ্যা ৩৫২০ গৰাকীলৈ বৃদ্ধি পায়।

নাগালেণ্ডৰ স্বাস্থ্য মন্ত্ৰী এছ পাংগনু ফোমে টুইটাৰ যোগে এই কথা প্ৰকাশ কৰে।

আজিৰ দিনটোত নাগালেণ্ডত মুঠ ৫০৩ টা নমুনাৰ পৰীক্ষা সম্পন্ন হয় যাৰ ভিতৰত ৬৫ গৰাকী লোক প’জিটিভ হয়।

আজিৰ দিনটোত কোভিড প’জিটিভ হোৱা লোক সকলৰ ভিতৰত ৪১ গৰাকী কোহিমা, ২৩ গৰাকী ডিমাপুৰ আৰু এগৰাকী মোন জিলাৰ।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা কোভিড প’জিটিভ লোক সকলৰ সংস্পৰ্শলৈ অহা লোক সকলক কোৱাৰেণ্টাইন কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলিও লগতে জানিবলৈ দিয়ে।

আনহাতে, মঙলবাৰৰ দিনটোত নাগালেণ্ডত ১৩৪ গৰাকী লোক চিকিৎসাৰ অন্তত সুস্থ হৈ উঠে।

ইয়াৰ ভিতৰত ৭৯ গৰাকী ডিমাপুৰ, ৩৬ গৰাকী কোহিমা আৰু ১৯ গৰাকী অন্যান্য জিলাত সুস্থ হৈ উঠে।

কোভিডৰ সংক্ৰমণৰ পৰা আৰোগ্য হৈ উঠা লোক সকলকো নিৰীক্ষণৰ মাজত ৰখা হৈছে বুলি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে সদৰী কৰে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd