• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উদ্ধাৰ ৬৫টা পৰ্ণগ্ৰাফিক ভিডিঅ’! এতিয়াও পলাতক ৩০ গৰাকী ছাত্ৰীক নিৰ্যাতন চলোৱা ধৃত অধ্যাপক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 18, 2025 6:37 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ হাথৰাছৰ অভিযুক্ত অধ্যাপক ৰজনীশ কুমাৰক এতিয়াও ধৰা পৰা নাই আৰক্ষীয়ে। পৰীক্ষাত বেছি নম্বৰ দি চাকৰি দিয়াৰ অজুহাতত ৩০ গৰাকী কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে। অভিযুক্ত অধ্যাপকজনক গ্ৰেপ্তাৰ কৰিবলৈ তিনিটা আৰক্ষীৰ দল গঠন কৰা হৈছে। কিন্তু আৰক্ষীয়ে এতিয়াও অধ্যাপকজনৰ কাষ চাপিব পৰা নাই। অধ্যাপকজন ক’ত নোহোৱা হৈ গ’ল তাক লৈ চৰ্চা চলিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি যদিও অধ্যাপকজনক বিচাৰি পোৱা নগ’ল, তথাপিও তেওঁৰ এটা মোবাইল ফোন উদ্ধাৰ কৰা হয়। সেই মোবাইল ফোনটো পৰীক্ষা কৰিলে দেখা গ’ল যে তাত ৬৫টা পৰ্ণগ্ৰাফিক ভিডিঅ’ আছে। শেহতীয়াকৈ ৰাষ্ট্ৰীয় মহিলা আয়োগে এখন বেনামী পত্ৰ লাভ কৰিছে। তাতে অধ্যাপক ৰজনীশৰ বদনাম বৰ্ণনা কৰি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ অনুৰোধ কৰা হ’ল। চিঠিখনত তেওঁ কেনেকৈ মহিলা ছাত্ৰ-ছাত্ৰীক নিজৰ ফান্দত প্ৰলোভিত কৰি যৌন নিৰ্যাতন চলাইছিল সেই বিষয়ে সকলো কথা উল্লেখ কৰা হৈছে।

Apply Now

ৰজনীশ হাথৰাছৰ পি চি বাগলা ডিগ্ৰী কলেজৰ ভূগোলৰ অধ্যাপক। পত্ৰখনত উল্লেখ আছে যে অধ্যাপকগৰাকীয়ে চাৰি বছৰ ধৰি কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন চলাই আহিছে। তেওঁ মহিলা ছাত্ৰীসকলৰ লগত অশ্লীল আচৰণ কৰিছিল, তেওঁলোকৰ পৰীক্ষাত সহায় কৰি চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কেৱল সেয়াই নহয়, সেই ঘটনাবোৰৰ ফটো আৰু ভিডিঅ’ তুলি ব্লেকমেইল কৰিও বাৰে বাৰে যৌন নিৰ্যাতন চলাইছিল। এই ঘটনাৰ প্ৰতিবাদ কৰা সকলৰ কেৰিয়াৰ নষ্ট কৰাৰ হুংকাৰ দিয়ে। আনকি সেই ভিডিঅ’ আৰু ছবিবোৰ ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰাৰ ভাবুকিও দিছিল। চিঠিখনত দাবী কৰা হৈছে যে অধ্যাপকগৰাকী ইমানেই প্ৰভাৱশালী যে তেওঁৰ বিৰুদ্ধে বাৰে বাৰে অভিযোগ উত্থাপন কৰি কোনো লাভ নাই।

আৰক্ষীৰ সূত্ৰ অনুসৰি তেওঁলোকে চিঠিখন আৰু কেইবাটাও প্ৰমাণ পোৱাৰ পাছতে অধ্যাপকজনক মাতি অনা হয়। গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ পলায়ন কৰে অধ্যাপকগৰাকী। তেওঁৰ মোবাইলৰ পৰা উদ্ধাৰ হৈছে ৬৫টা পৰ্ণগ্ৰাফিক ভিডিঅ’। ইয়াৰে অধিকাংশই মহিলা ছাত্ৰী। আৰক্ষীয়ে জনোৱা মতে, অধ্যাপকগৰাকীয়ে এই সকলোবোৰ ভিডিঅ’ আৰু ফটো ডিলিট কৰি পেলায়। অৱশ্যে ফৰেনছিক দলটোৱে ভিডিঅ’ আৰু ফটো উদ্ধাৰ কৰে। আৰক্ষীৰ এক সূত্ৰই দাবী কৰিছে যে বহু ভিডিঅ’ পৰ্ণ ৱেবছাইটত আপলোড কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd