• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলি উঠিল গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেলৰ ৭ শিক্ষাৰ্থী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 25, 2021 1:04 pm

2 min read

index.jpgaaa
250
VIEWS
Share on FacebookShare on Twitter

বিগত বৰ্ষবোৰৰ গৌৰৱোজ্জল ইতিহাসৰ পুনৰাবৃত্তি ঘটায় ফাৰ্মাচী শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল চায়েন্স চমুকৈ জিআইপিছৰ ৭জনকৈ শিক্ষাৰ্থীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষা, গ্ৰেজুৱেট ফাৰ্মাচী এপটিটিউত টেষ্ট চমুকৈ জিপেট, ২০২১ত সৰ্বভাৰতীয় পৰ্যায়ত স্থান দখলেৰে শিক্ষানুষ্ঠানখনৰ নাম উজলাই তুলিবলৈ সক্ষম হৈছে।

শিক্ষানুষ্ঠানখনৰ সাফল্য লাভ কৰা শিক্ষাৰ্থীসকলৰ ভিতৰত বি.ফাৰ্মৰ অষ্টম ষাণ্মাসিকৰ তেজপুৰ নিবাসী অভিস্পিৎ কলিতা নামৰ কৃতী ছাত্ৰজনে ইতিহাস সৃষ্টি কৰি পূৱ ভাৰতৰ ভিতৰতে সৰ্ব্বোচ্চ নম্বৰ লাভ কৰি সৰ্বভাৰতীয় পৰ্যায়ত ৩০নং স্থান দখলেৰে শিক্ষানুষ্ঠানখনৰ কাৰণে এক ঈৰ্ষণীয় সাফল্য কঢ়িয়াই আনে।

আন আন শিক্ষাৰ্থীসকলৰ ভিতৰত বি.ফাৰ্ম অষ্টম ষাণ্মাসিকৰ অজয় দাস(স্থান ২৬৯), বনজিৎ কলিত(১১৭২), নয়না ভূঞা (৪৫৬৮), সোমনাথ মণ্ডল(৫২৯৯), ফজিদ আলি(২৬২৫), নিলয় দেউৰী(১৯৯৪৪) লাভ কৰিবলৈ সক্ষম হয়।

সৰ্বভাৰতীয় পৰ্যায়ত লাভ কৰা শিক্ষাৰ্থীসকলৰ এনে সাফল্য‌ত স্বাভাৱিকতে শিক্ষানুষ্ঠানখনৰ সকলো শিক্ষক-শিক্ষয়িত্ৰী উৎফুল্লিত হৈ পৰে।

উল্লেখযোগ্য যে জিপেট(GPAT) হৈছে ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন আৰু বিকাশ মন্ত্ৰণালয়ৰ তত্বাৱধানত তথা নেচনেল টেষ্ট এজেঞ্চি চমুকৈ এনটিএ(NTA)ৰ উদ্যোগত অনুষ্ঠিত হোৱা এক সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষা, যʼত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে ফাৰ্মাচী শিক্ষাৰ বিভিন্ন ধৰণৰ স্নাতকোত্তৰ পৰ্যায়ৰ পাঠ্যক্ৰমসমূহত নামভৰ্তি কৰি জলপানিৰ লগতে আন কিছু আৰ্থিক সাহায্য লাভ কৰি উচ্চ শিক্ষা গ্ৰহণ কৰাৰ সুবিধা পায়।

Recent News

Bhitali Das1

অৱশেষত কোভিডৰে হাৰ মানিলে কণ্ঠশিল্পী ভিতালী দাসে :সন্ধিয়া ৭.০৫ বজাত শেষ নিশ্বাস ত্যাগ

Himanta-Biswa-Sarma-2-750x375

নিৰ্বাচনৰ সময়ত কোভিড নাছিল! স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য কিমান যুক্তিসংগত?

HBS press meet

স্থগিত হ’ব নেকি ৰাজ্যৰ হাইস্কুল শিক্ষান্ত আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা! কি ক’লে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

Sunidhi

বলিউদৰ দুই বিখ্যাত সংগীত পৰিচালকে কিয় সুনীধি চৌহানক বেগ সামৰি ঘৰলৈ ওভতি যাবলৈ কৈছিল?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd