DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বানপানীৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৭০ শতাংশ অঞ্চল, ওখ ঠাই বিচাৰি বন্য প্ৰাণীৰ হাহাকাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 13, 2019 11:25 am
flood in Kaziranga

কাজিৰঙাত বানপানী

41.6k
VIEWS
Share on FacebookShare on Twitter

অসমত বিগত চাৰিদিন ধৰি হৈ থকা প্ৰবল বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰেৰে ক্ৰমাগতভাৱে বৈ আছে আৰু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৭০ শতাংশতকৈও অধিক অঞ্চল বুৰাই পেলাইছে।

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ উপৰিও ধনশিৰি নদীৰ পানীও ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰৱেশ কৰাৰ বাতৰি লাভ কৰা গৈছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সুৰক্ষা কৰ্মীসকলে উদ্যানখনৰ জীৱকূলৰ সুৰক্ষাৰ বাবে নাঁওৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ বানপানী আক্ৰান্ত এলেকাসমূহত পহৰা অব্যাহত ৰাখিছে।

বানপানীৰ সুযোগ লৈ প্ৰতিবছৰে কাজিৰঙাত চোৰাং চিকাৰীয়ে বনৰীয়া জীৱ-জন্তু চিকাৰ কৰি আহিছে।

কাজিৰঙাৰ বনসুৰক্ষা কৰ্মীসকলে ক্ৰমাগতভাৱে বানপানীৰ সমস্যাৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত সষ্টম হৈ উঠা পৰিলক্ষিত হৈছে।

উদ্যানখনৰ সঞ্চালক পি শিৱ কুমাৰে অলপতে সকলো বিষয়া-কৰ্মচাৰীক বনপানীৰ সময়ত ২৪ ঘণ্টাই সতৰ্ক হৈ থকাৰ বাবে নিৰ্দেশ দিছে।

সঞ্চালকগৰাকীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ দাতিকাষৰীয়া গাঁওসমূহৰ বাসিন্দা সকলৰ লগতো বনৰীয়া জীৱ-জন্তু সমূহক যাতে সুকলমে ৰাখিব পৰা যায় সেই সন্দৰ্ভত আলোচনাত মিলিত হৈছে বুলি উল্লেখ কৰি কয় যে গাঁওবাসী আৰু আমাৰ উদ্যানখনৰ কৰ্মীসকলে সদায় বানপানীৰ সময়ত পূৰ্ণ সহযোগিতাৰে কাম কৰি আহিছে।

২০১৮ চনৰ সমীক্ষা অনুসৰি কাজিৰঙাত বৰ্তমান ২৪১৩ টা এশিঙিয়া গঁড় আছে আৰু চোৰাং চিকাৰীসকলে বানপানীৰ সময়ত গড় চিকাৰৰ ক্ষেত্ৰত সুযোগ লবলৈ বিচাৰে।

আনহাতে, সঞ্চালকগৰাকীয়ে অসম চৰকাৰে কাজিৰঙাত অলপতে এটা বিশেষ গঁড় সুৰক্ষা বাহিনী মোতায়ন কৰা বুলিও মত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, কাজিৰঙাত বানপানীৰ সময়ত উদ্যানখনৰ জীৱ-জন্তুসমূহে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ ওখ ঠাই বিচাৰি কাৰ্বি পাহাৰল উঠি যায়।ইয়াৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহন চালকসকলকো গাড়ী চলাওতে যাতে কোনো জীৱ-জন্তুৰ মৃত্যু নহয় সেই ক্ষেত্ৰত সাৱধনতা অৱলম্বন কৰাৰ বাবে আহ্বান জনোৱা হৈছে।

Tags: অসমৰ বানপানী-২০১৯

Recent News

লালুকত মুখ্যমন্ত্ৰীক তীব্র আক্রমণ ভূপেন কুমাৰ বৰাৰ, ধানুকাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কংগ্ৰেছে সহায় কৰিব চি আই ডিক

লালুকত মুখ্যমন্ত্ৰীক তীব্র আক্রমণ ভূপেন কুমাৰ বৰাৰ, ধানুকাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কংগ্ৰেছে সহায় কৰিব চি আই ডিক

বহিষ্কৃত বিজেপি নেত্ৰী নুপুৰ শৰ্মাৰ বিৰুদ্ধে একাধিক ৰাজ্যত ৰুজু হোৱা গোচৰ দিল্লীলৈ  স্থানান্তৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বহিষ্কৃত বিজেপি নেত্ৰী নুপুৰ শৰ্মাৰ বিৰুদ্ধে একাধিক ৰাজ্যত ৰুজু হোৱা গোচৰ দিল্লীলৈ স্থানান্তৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

IIT Guwahati

Assam Career : IIT Guwahati প্ৰশাসনিক সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd