• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাতত মহকুমা প্ৰশাসনৰ দ্বাৰা ৭০ সংখ্যক গণৰাজ্য দিৱস উদযাপন

উত্তম শইকীয়া by উত্তম শইকীয়া
January 26, 2019 10:26 pm
Bokakhat
508
VIEWS
Share on FacebookShare on Twitter

দেশৰ লগতে আজি বোকাখাততো মহকুমা প্ৰশাসনৰ উদ্যোগত ৭০ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। বোকাখাত ৰাজহুৱা খেলপথাৰত আয়োজিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মহকুমাধিপতি বিবেক শ্যামে।

পতাকা উত্তোলনৰ পূৰ্বে মহকুমাধিপতি গৰাকীয়ে আৰক্ষী আৰু বিভিন্ন বিদ্যালয়ৰ শিক্ষার্থীসকলৰ কুচ-কাৱাজৰ অভিবাদন গ্রহণ কৰাৰ উপৰি মৰণােত্তৰভাৱে দেশৰ সৰ্বোচ অসামৰিক সন্মান ভাৰতৰত্ন লাভ কৰা ড০ ভূপেন হাজৰিকাৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰে।

আজিৰ উক্ত অনুষ্ঠানতে সাহসিকতা, ক্রীড়া, শিক্ষা, সাংস্কৃতিক আদি বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়োৱা বোকাখাতৰ কেইবাগৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।

তেওঁলোকৰ ভিতৰত সাহসিকতাৰ বাবে নাজিৰুল আহমেদ আৰু আৰিফ আহমেদ, শিক্ষাবিদ প্রদীপ চাংমাই বৰুৱা, ক্রীড়া সংগঠক তথা সুদক্ষ ৰেফাৰী ইজাজুল হক, শিক্ষক সংগঠক জীৱন চন্দ্ৰ বৰা, সমাজকর্মী ৰুণু শইকীয়া, তবলাবাদক বীৰেণ দাস, উদ্যোগী মহিলা ৰূপজ্যোতি শইকীয়া গগৈ, কৃষক তৰুণ বৰা, দায়বদ্ধ কৰ্মচাৰী ৰাজকুমাৰ দাস, সত্ৰীয়া শিল্পী ৰূপা হাজৰিকা, শিক্ষক ড০ জয়ন্ত দাস, ড০ বিজয় শৰ্মা আৰু যতীন বৰদলৈ, সৰ্ব-ভাৰতীয় বন ক্ৰীড়াত ৰূপক পদ প্ৰাপ্ত অৰ্জুন ছেত্রী, শিশু শিল্পী ৰাজদ্বীপ দত্ত, আশাকর্মী ভােগেশ্বৰী বৰা, গাওঁৰক্ষী বাহিনীৰ নগেন দলে, সঞ্জীৱ প্ৰজা আৰু মিহিৰ দত্ত।

ইয়াৰ উপৰি গনৰাজ্য দিৱস উপলক্ষে বোকাখাতৰ মহকুমা প্রশাসনৰ দ্বাৰা চিকিৎসালয়ৰ ৰােগী, অনাথ আশ্রম, বিকলাঙ্গ কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ফলমূল বিতৰণ আৰু প্রীতি ক্রিকেট খেলৰো আয়োজন কৰা হয়।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd