• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতত ৭২ সংখ্যক স্বাধীনতা দিৱস; পতাকা উত্তোলন কৰে মহকুমাধিপতি বিবেক শ্যামে

উত্তম শইকীয়া by উত্তম শইকীয়া
August 15, 2018 5:25 pm
I-Day celebration at Bokakhat
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশৰ লগতে বোকাখাততো আজি মহকুমা প্ৰশাসনৰ উদ্যোগত ৭২ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয় ৷ এই উপলক্ষে পুৱা পৌৰ প্ৰশাসনৰ প্ৰভাত ফেৰীৰ পিছতেই মহকুমাধিপতিৰ কাৰ্যালয় প্ৰাঙ্গনত থকা মহত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে।

বোকাখাতৰ জ্যেষ্ঠ সাংবাদিক ভৱেশ শইকীয়াই নগৰখনৰ শ্বহীদ কমলা মিৰিৰ উদ্যানত থকা স্মাৰকত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ ইয়াৰ পিছতেই বোকাখাতৰ ৰাজহুৱা খেল পথাৰত আয়োজিত মুল অনুষ্ঠানত মহকুমাধিপতি গৰাকীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। পতাকা উত্তোলন কৰি দিয়া ভাষণত তেওঁ  বোকাখাত মহকুমাত কৃষি, স্বাস্থ্য, পশুপালন, গ্রামােন্নয়ন, জলসম্পদ, জনস্বাস্থ্য, শিক্ষা,গড়কাপ্তানি, বন, পর্যটন আদি বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়ন কৰি থকা বিভিন্ন আঁচনিৰ খতিয়ান দাঙি ধৰে।

Apply Now

ইয়াৰ পাছতে মহকুমাধিপতি গৰাকীয়ে আৰক্ষী আৰু বিভিন্ন বিদ্যালয়ৰ শিক্ষার্থী সকলৰ কুছ-কাজৰ অভিৱাদন গ্ৰহণ কৰে। অনুষ্ঠানত ৰাষ্ট্রীয় সংগীত প্রৰিৱেশন কৰে ৰঙাবাৰী হাইস্কুল ছাত্ৰ ছাত্ৰী সকলে ৷

উক্ত অনুষ্ঠানতে সাহিত্যিক তৰুণ ৰাজখােৱা, সাংস্কৃতিক কর্মী ৰফিকুল হুছেইন, নীৰেন কাকতি, সমাজ সেৱক নুমলীয়া কার্ডং, জীৱেশ্বৰ বৰা, সাংবাদিক নীলু আচার্য্য, মল্লযুদ্ধা চম্পা মৰাং, নয়নজ্যোতি দলে, তাপূৰ দাস, সীমা দাস, বিজয় পেগু, বাবুল ওৰাং টাইকোৱানডাে খেলুৱৈ প্রিয়ঙ্কা দাস,পল্লবী দাস, আফ্রিন মল্লিক আৰু মহিলা ক্রিকেট খেলুৱৈ মুচকান মল্লিক আৰু সাঁতােৰবিদ বিক্রম চাংমাই তথা কমাৰগাঁৱৰ স্বেচ্ছাসেৱী সংগঠন ‘প্ৰজন্মক’ মহকুমা প্ৰশাসনৰ তৰফৰ পৰা সম্বর্ধনা জনােৱা হয়।

তদুপৰি ২০১৮ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মহকুমাটোৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰা জোনাক নিবিড় নাথক প্রশংসা পত্রসহ অভিনন্দন জ্ঞাপন কৰাৰ লগতে এইবাৰ বানত তৎপৰতাৰে দূর্গত সকলক উদ্ধাৰ কাৰ্য্যত সাহসিকতাৰে সেৱা আগবঢ়োৱাৰ বাবে বােকাখাতৰ অগ্নিনিৰ্বাপক বাহিনীৰ আস্থান বিষয়া ৰিংহামদাউ কেম্প্ৰাইক সাহসিকতা বঁটা প্ৰদান,সমাজলৈ বিশিষ্ট সেৱা আগবঢ়োৱা চিকিৎসক ডঃ নৱজ্যোতি নাথ, নার্চ টুটুমনি গগৈ, কৃষক ধীৰেন বাহেক, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অতন্ত্র পহৰী হিচাপে সেৱা আগবঢ়োৱা নবীন চন্দ্র দাস, মনােজ বড়াে, আমিনুৰ ৰহমান, তুলাৰাম গগৈ, সাগৰ মৃড়া আৰু দূৰ্গা ওৰাংক সম্বৰ্ধনা জনােৱা হয়। ইয়াৰ উপৰি অনুষ্ঠানত স্বাধীনতা দিৱস উপলক্ষে আয়ােজিত দেশপ্রেমমূলক গীত, কুইজ আৰু চিত্রাংকণ প্রতিযােগিতাত স্থানপ্রাপ্ত সকলক বঁটা প্রদান কৰা হয়।

আজিৰ এই অনুষ্ঠানতে নৃত্যাঞ্জলি কলা কেন্দ্র, দেৰগাওঁ শিল্পী দলৰ নৃত্যানুষ্ঠান, নিউ হৰিজন একাডেমীৰ শিল্পী দলৰ দেশপ্রেমমূলক নৃত্য পৰিৱেশন, লিটল ষ্টাৰৰ শিল্পী দলৰ সংগীত পৰিবেশন আৰু ঢােলৰ ওজা সূৰ্য্য দত্তৰ নেতৃত্বত আকর্ষনীয় ঢােলবাদন প্রৰিবেশন কৰাৰ লগতে অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ দ্বাৰা এখন চিত্র প্ৰদৰ্শন কৰা হয়।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

July 28, 2026 9:59 am
বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am
প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

July 28, 2026 9:59 am
বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd