• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আঁতৰা নাই ক’ৰ’ণাতংক: জুলাইলৈ পিচুৱালে ৭৪ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 28, 2021 5:24 pm
a ca

ফাইল ফটো

169
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ চলচ্চিত্ৰপ্ৰেমীয়ে অধীৰ আগ্ৰহেৰে ৰৈ থকা কাঁ চলচ্চিত্ৰ মহোৎসৱ এইবাৰ পুনৰ পিচুৱাই দিয়া হৈছে।

ক’ৰ’ণাতংকৰ বাবেই যোৱা বছৰত ৭৩ সংখ্যক  কাঁ চলচ্চিত্ৰ মহোৎসৱ প্ৰথমে পিচুৱাই দি পিছত বাতিল কৰা  হৈছিল।

চলিত বৰ্ষৰ মে’ মাহত এই বিশ্ব বিখ্যাত চলচ্চিত্ৰ মহোৎসৱ খনৰ ৭৪ সংখ্যক সংস্কৰণ  অনুষ্ঠিত কৰাৰ কথা আছিল।

বহুতে এই বুলি আশা কৰিছিল যে কোভিডৰ ভেকচিন বজাৰলৈ অহাৰ পিছতে চলচ্চিত্ৰ মহোৎসৱ খন সুকলমে অনুষ্ঠিত কৰিব পৰা যাব।

কিন্তু ভেকচিন ওলোৱাৰ পিছতো নিয়ন্ত্ৰণলৈ অহা নাই কোভিড।

সেইবাবেই পুনৰ কাঁ চলচ্চিত্ৰ মহোৎসৱ চলিব বৰ্ষৰ জুলাই মাহলৈকে পিচুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

কাঁ চলচ্চিত্ৰ মহোৎসৱ আয়োজক সমিতিয়ে প্পৰকাশ কৰা মতে চলিত বৰ্ষৰ ৬-১৭ জুলাইলৈ অনুষ্ঠিত হ’ব কাঁ চলচ্চিত্ৰ মহোৎসৱ।

উল্লেখ্য ক’ৰ’ণাতংকৰ বাবেই ৭৩ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱ একেবাৰে বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।

জুলাই মাহত যদি ৭৪ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত কৰা হয় তেন্তে ক’ৰ’ণাতংকৰ মাজত অনুষ্ঠিত এই খনেই হ’ব দ্বিতীয় খন সৰ্ববৃহৎ চলচ্চিত্ৰ মহোৎসৱ।

ইয়াৰ পূৰ্বে যোৱা বছৰৰ ছেপ্তেম্বৰ মাহত কোভিড প্ৰ’টোকল মানি অনুষ্ঠিত কৰা হৈছিল ভেনিচ চলচ্চিত্ৰ মহোৎসৱ।

Recent News

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

বিহাৰ এছআইআৰ বিতৰ্ক: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ ক্ষমতাৰ ন্যায্য প্ৰয়োগ অপৰিহাৰ্য

বিহাৰ এছআইআৰ বিতৰ্ক: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ ক্ষমতাৰ ন্যায্য প্ৰয়োগ অপৰিহাৰ্য

আজিৰে পৰা ৪০০০ বিঘাতকৈও অধিক মাটি মুকলি কৰিবলৈ উচ্ছেদ অভিযান চলাব অসম চৰকাৰে

আজিৰে পৰা ৪০০০ বিঘাতকৈও অধিক মাটি মুকলি কৰিবলৈ উচ্ছেদ অভিযান চলাব অসম চৰকাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd