• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৩১ ডিচেম্বৰৰ নিশা ৰাজ্যত ৭৯ টা দুৰ্ঘটনা : ৫ জনৰ মৃত্যু

 তথ্য অনুযায়ী চাবলৈ গ’লে ২০২১-২০২২ চনৰ নৱবৰ্ষৰ (৩১ ডিচেম্বৰৰ নিশা) দিনা ৰাজ্যত সংঘটিত হৈছিল ১০৭টা পথ দুৰ্ঘটনা। কিন্তু এইবাৰ পূৰ্বৰ তুলনাত এই সংখ্যা কম । এইবাৰ মাত্ৰ ৭৯ টা পথ দুৰ্ঘটনা সংঘটিত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 2, 2023 9:55 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুৰ্ঘটনা আৰু অপৰাধ নিৰ্মূলৰ বাবে কিছুদিন ধৰি সমগ্ৰ ৰাজ্যতে তালাছী চলিছে প্ৰশাসনৰ। নৱবৰ্ষ, বৰদিন আদি উৎসৱৰ আনন্দত নিচাজাতীয় দ্ৰব্য সেৱন কৰি যান বাহন চলোৱাৰ ক্ষেত্ৰত কঠোৰ নিষেধাজ্ঞা জাৰী কৰিছে অসম চৰকাৰ, পুলিচ প্ৰশাসন তথা ৰাজ্যৰ পৰিবহন বিভাগে।

উল্লেখ্য যে নৱবৰ্ষৰ আনন্দত সুৰাপান কৰি প্ৰত্যেক বছৰে পিকনিক বা ৰাস্তাত সংঘটিত হয় শ শ দুৰ্ঘটনা। মৃত্যুমুখত পৰে বহুতো নাগৰিক। তাৰেই প্ৰতিকাৰস্বৰূপে এইবাৰ অসম চৰকাৰে প্ৰত্যেকখন চহৰ, নগৰ তথা গাঁও অঞ্চলত ৰাখিছে তীক্ষ্ণ নিৰাপত্তা ব্যৱস্থা। সুৰাপান কৰি বাহক চলোৱা যাত্ৰীসকলৰ ওপৰত চকু ৰাখিছে প্ৰশাসনে। যাৰ বাবে পূৰ্বৰ তুলনাত এইবাৰ হ্ৰাস পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা।

Apply Now

এইবাৰ ৩১ ডিচেম্বৰৰ দিনা নিশাৰ পৰা ১ জানুৱাৰীৰ পুৱা ৮ বজালৈকে গুৱাহাটী মহানগৰীত সংঘটিত হৈছে মুঠ ৪৭টা পথ দুৰ্ঘটনা। আনহাতে ৰাজ্য বাকী প্ৰান্তত সংঘটিত হৈছে ৩২টা দুৰ্ঘটনা। ৩১ ডিচেম্বৰৰ নিশাৰ পৰা ১ জানুৱাৰীৰ পুৱালৈকে ৰাজ্যত সৰ্বমুঠ ৭৯টা পথ দুৰ্ঘটনা হৈছে।

 তথ্য অনুযায়ী চাবলৈ গ’লে ২০২১-২০২২ চনৰ নৱবৰ্ষৰ (৩১ ডিচেম্বৰৰ নিশা) দিনা ৰাজ্যত সংঘটিত হৈছিল ১০৭টা পথ দুৰ্ঘটনা। কিন্তু এইবাৰ পূৰ্বৰ তুলনাত এই সংখ্যা কম । এইবাৰ মাত্ৰ ৭৯ টা পথ দুৰ্ঘটনা সংঘটিত হৈছে।

আৰক্ষী তথা পৰিবহন বিভাগৰ একাগ্ৰ শ্ৰম আৰু প্ৰচেষ্টাৰ বাবেই পূৰ্বৰ তুলনাত দুৰ্ঘটনা ৰোধত অধিক সফলতা অৰ্জন কৰা বুলি ধাৰণা কৰিছে ৰাজ্যবাসীয়ে।

আনহাতে আইন শৃঙ্খলা বজাই ৰাখি নৱবৰ্ষ উদযাপন কৰাৰ বাবে গুৱাহাটীবাসী ৰাইজক ধন্যবাদ জনোৱাৰ লগতে আৰক্ষী আৰু পৰিবহন বিভাগৰ বিষয়া-কৰ্মচাৰী সকলক ধন্যবাদ জনাইছে গুৱাহাটী মহানগৰীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা আৰু সহকাৰী আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd