• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অভিলেখ সংখ্যক কৰ’না আক্ৰান্তৰ ঘটনা; দেশত ২৪ ঘন্টাত আক্ৰান্ত প্ৰায় ৮হাজাৰ লোক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 30, 2020 12:30 pm

1 min read

India surpasses Italy, now sixth worst-hit nation by COVID-19

প্ৰতিনিধিত্বমূলক ফটো

25.3k
VIEWS
Share on FacebookShare on Twitter

দেশত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত পুনৰ অভিলেখ সৃষ্টি হৈছে। ভাৰতত এদিনত প্ৰায় ৮হাজাৰ লোক কৰ’নাত আক্ৰান্ত হৈছে।

কোভিড-১৯ত আক্ৰান্তৰ সংখ্যাৰ দিশৰ পৰা ভাৰতে ইতিমধ্যে চীন, ইৰাণক অতিক্ৰম কৰিছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘন্টাত দেশত ৭হাজাৰ ৯৬৪জন লোক কৰ’নাত আক্ৰান্ত হৈছে।

এদিনতে ইমান সংখ্যক লোক আক্ৰান্তৰ ক্ষেত্ৰত দেশত এয়া অভিলেখ।

দেশত এতিয়া মুঠ আক্ৰান্তৰ সংখ্যা হ’লগৈ ১ লাখ ৭৩হাজাৰ ৭৬৩জন। আনহাতে, মহাৰাষ্ট্ৰ, তামিলনাডু, দিল্লী আৰু গুজৰাটত আক্ৰান্তৰ সংখ্যা সৰ্বাধিক।

ইপিনে, স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘন্টাত ২৬৫জন লোকৰ মৃত্যু হৈছে।

সেইদৰে, দেশত কৰ’না আক্ৰান্ত ৰোগীৰ মৃত্যুৰ মুঠ সংখ্যা হৈছে ৪হাজাৰ ৯৭১জন। এতিয়ালৈকে ৮৬হাজাৰ ৪২২জন ৰোগী সুস্থ হৈ উঠিছে।

কৰ’না আক্ৰান্তৰ ক্ষেত্ৰত ৰাজ্যসমূহৰ ভিতৰত শীৰ্ষস্থানত আছে মহাৰাষ্ট্ৰ। দ্বিতীয় স্থানত তামিলনাডু আৰু ইয়াৰ পাছতে আছে দিল্লী।

অসমতো কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা শুকুৰবাৰে ১০৫৭ জনলৈ বৃদ্ধি পাইছে।

কৰ’না আক্ৰান্তৰ ক্ষেত্ৰত বিশ্বৰ দেশসমূহৰ ভিতৰত ভাৰতৰ স্থান এতিয়া নৱম। এইক্ষেত্ৰত আমেৰিকা, ব্ৰাজিল, ৰাছিয়া, ব্ৰিটেইন, স্পেইন, ইটালী, ফ্লান্স আৰু জাৰ্মানীৰ পাছতেই ভাৰতৰ স্থান।

Tags: COVID-19

Recent News

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

a bbbjjj

পুনৰ এবাৰ গতানুগতিক নিৰ্বাচনী ইস্তাহাৰৰে নিৰ্বাচনলৈ সাজু হ’ব নেকি বিজেপি?

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd