DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুজৰাটত উদ্ধাৰ এগৰাকী শিশু সহ অসমৰ ৮ যুৱক-যুৱতী

দীপক কুমাৰ পাঠক, তামুলপুৰ by দীপক কুমাৰ পাঠক, তামুলপুৰ
February 22, 2022 6:44 pm
Assam people rescued in Gujarat
108
VIEWS
Share on FacebookShare on Twitter

গুজৰাটত দুষ্ট চক্ৰৰ কবলৰ পৰা উদ্ধাৰ হৈছে এগৰাকী শিশু সহ অসমৰ ৮ গৰাকী যুৱক-যুৱতী।

কাম দিয়াৰ প্ৰলোভনেৰে গুজৰাটলৈ লৈ যোৱা হৈছিল যুৱক-যুৱতী কেইগৰাকীক।

তামুলপুৰৰ জিলাৰ বৰকাজুলি, চাহেব টোপা, ভাংবাৰী, বাঁহবাৰী আদি বিভিন্ন স্থানৰ পৰা কামৰ প্ৰলোভনেৰে এই সকলক মঞ্জনা ৰাজবংশী নামৰ এগৰাকী মহিলাই গুজৰাটলৈ লৈ গৈছিল।

গুজৰাটৰ পৰা আৰক্ষীৰ সহযোগত সীমা সুৰক্ষা বলে এই আঠ গৰাকী লোকক উদ্ধাৰ কৰে।

ৰেল যোগে উদ্ধাৰ হোৱা যুৱক-যুৱতী কেইজনক গুৱাহাটীলৈ অনাৰ পিছত পোনে পোনে তামুলপুৰ জিলাৰ কুমাৰীকাটা আৰক্ষী চকীলৈ লৈ যোৱা হয়।

উদ্বাৰ কৰা এগৰাকী যুৱতীৰ ভাষ্য অনুসৰি, দীৰ্ঘ দিনে কাম কৰাৰ অন্তত দৰমহা লাভ নকৰাত তেওঁলোকে মালিক পক্ষৰ পৰা দৰমহা বিচাৰে।

কিন্তু মালিক পক্ষই তেতিয়া যুৱতী কেইগৰাকীক মঞ্জনা নামৰ মহিলা গৰাকীয়ে তেওঁলোকৰ দৰমহা লৈ যোৱা বুলি উল্লেখ কৰাৰ পিছতে হুৱা দুৱা লাগে।

মঞ্জনা ৰাজবংশী নামৰ মহিলা গৰাকীয়ে এইসকল লোকক কামৰ প্ৰলোভনেৰে ফুচলাই নি গুজৰাটৰ জয়ন্তা নামৰ এগৰাকী মহিলাৰ হাতত গতাই দিছিল যদিও জয়ন্তাও কিছুদিন পিছত সেই স্থান এৰি পলায়ন কৰে।

আজি কুমাৰীকাটা আৰক্ষী চকীলৈ অনাৰ পিছত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাঞ্জল বৰুৱাই আৰম্ভ কৰিছে তদন্ত।

উল্লেখ যে, তামুলপুৰৰ ভাৰত-ভূটান সীমান্তত প্ৰায়ে সংঘটিত হৈ আহিছে মানৱ সৰবৰাহৰ ঘটনা। দৰিদ্ৰতা আৰু আৰ্থিক দৈন্যতাৰ সুযোগ লৈ দুষ্ট চক্ৰই চলাই গৈছে মানৱ সৰহবৰাহ।

কাম দিয়াৰ প্ৰলোভনেৰে দুষ্টচক্ৰই চলাই গৈছে মানৱ সৰবৰাহৰ দৰে ঘটনা।পূৰ্বেও আৰক্ষীয়ে এনে বহু যুৱতী-মহিলাক উদ্বাৰ কৰিছে।

Recent News

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

World's Shortest Adolescent

নেপালৰ ডৰ বাহাদুৰলৈ বিশ্বৰ আটাইতকৈ চাপৰ কিশোৰৰ স্বীকৃতি গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd