• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সঙ্ঘৰ অধিৱেশনলৈ দিব জিতেন গগৈৰ নেতৃত্বৰ বোকাখাত নিৰ্মাণ গোটৰ ৩৫০ বিঘাৰ পাচলি

উত্তম শইকীয়া by উত্তম শইকীয়া
February 2, 2018 11:29 pm
JitenGogoi

জিতেন গগৈ: ফাইল ফটো

158
VIEWS
Share on FacebookShare on Twitter

প্ৰাক্তন বিধায়ক জিতেন গগৈৰ নেতৃত্বৰ বোকাখাত নিৰ্মাণ গোটে চহলা চপৰিত কৰা ৩৫০ বিঘা মাটিত কৰা পাচলিৰ খেতি আজি চপোৱাৰ দিন। এই সমুদায় পাচলি বোকাখাত নিৰ্মাণ গোটে আগ বঢ়াব আগন্তুক শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ দেৰগাওঁ অধিৱেশনৰ বাবে। এই কথা জনাইছে বোকাখাত নিৰ্মাণ গোটৰ এটা সূত্ৰই।

উল্লেখযোগ্য যে অহা ৭ ফেব্ৰুৱাৰিৰ পৰা দেৰগাৱঁত শ্ৰীমন্ত শংকৰদেৱস সঙ্ঘৰ ৰাজ্যিক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ’ব। অধিৱেশনত প্ৰতিদিনে হাজাৰ হাজাৰ ভক্তই ভোজন গ্ৰহণ কৰে।

আজি খেতি চপোৱাৰ উদ্দেশ্যে বোকাখাত মহকুমাৰ চহলা চাপৰি পুৱাৰে পৰা ৰাইজৰ উৎসাহজনক সহযোগত মুখৰিত হৈ পৰে। বোকাখাত নিৰ্মাণ গোটটোৰ দ্বাৰা চাপৰিটোত গুটি আলুৰ লগতে অন্যান্য শাক-পাচলিৰ খেতিও কৰা হৈছিল। এই বৃহৎ পৰিমাণৰ আলু আৰু পাচলিৰ উৎপাদনৰ সমুদায় শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ ৮৭ সংখ্যক দেৰগাওঁ বাৰ্ষিক অধিবেশনৰ বাবে দিয়াৰ প্ৰতিশ্ৰুতি দিছিল বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে ৷

নদন-বদন কৈ পূৰঠ হোৱা এই পাচলি আৰু আলু খন্দাৰ কামত হাত উজান দিছে শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ বোকাখাত জিলা শাখাৰ আই-বাপ আৰু সেৱা দলৰ কৰ্মকৰ্তাসকল। সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰা এই আলু আৰু পাচলিয়ে সঙ্ঘৰ অধিৱেশনৰ চাহিদা ভালেখিনি পূৰণ কৰিব বুলি আশা কৰিছে বোকাখাত নিৰ্মাণ গোটে ৷

সূত্ৰটোৱে জনোৱা মতে বোকাখাতৰ স্থানীয় ৰাইজ আৰু সঙ্ঘৰ লোকে বোকাখাত নিমাৰ্ণ গোটৰ সভাপতি জিতেন গগৈৰ এনে মহানতাৰ বাবে ধন্যবাদ জনোৱাৰ লগতে বোকাখাত নিৰ্মাণ গোটকো ধন্যবাদ জনাইছে।

Recent News

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd