• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইটালীত ক’ৰ’নাৰ ফলত মৃত্যু হোৱা ৯৬ শতাংশ লোকৰে আছিল অন্যান্য শাৰীৰিক অসুস্থতা; ইটালীৰ স্বাস্থ্য বিভাগৰ প্ৰতিবেদনত প্ৰকাশ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 27, 2020 8:58 am

1 min read

ইটালীত ক’ৰ’নাৰ ফলত মৃত্যু হোৱা ৯৬ শতাংশ লোকৰে আছিল অন্যান্য শাৰীৰিক অসুস্থতা; ইটালীৰ স্বাস্থ্য বিভাগৰ প্ৰতিবেদনত প্ৰকাশ
23.9k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা ইটালীৰ স্বাস্থ্য বিভাগে দেশখনত ক’ৰ’নাৰ ফলত মৃত্যু হোৱা লোক সন্দৰ্ভত এক বিশেষ তথ্য দাঙি ধৰিছে।

ইটালীৰ ৰাষ্ট্ৰীয় স্বাস্থ্য বিভাগ, আই এছ এছয়ে দেশখনত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোক সকলৰ ভিতৰত ৯৬ শতাংশ লোকৰে অন্য শাৰীৰিক অসুস্থতাৰ কাৰণে মৃত্যু হোৱা বুলি তথ্য দাঙি ধৰে।

দেশখনত শেহতীয়াভাৱে অধিকাংশ বয়োজেষ্ঠ লোক আৰু অসুস্থ লোক সকল ক’ৰ’নাৰ দ্বাৰা সংক্ৰমিত হৈছে বুলি দেশখনৰ স্বাস্থ্য বিভাগে কয়।

আই এছ এছৰ মুৰব্বী চিলভিঅ’ ব্ৰুছাফেৰোই ইটালীত ক’ৰ’নাৰ ফলত মৃত্যু হোৱা লোক সকলৰো গড় বয়সৰ বিষয়ে উল্লেখ কৰে।

ব্ৰুছাফেৰোই উল্লেখ কৰা অনুসৰি, ইটালীত ক’ৰ’নাৰ ফলত মৃত্যু হোৱা লোক সকলৰ গড় বয়স ৮০ বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, ক’ৰ’নাৰ ফলত ইটালীত ত্ৰিশ হাজাৰৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে।

দেশখনত মূলত বয়োজেষ্ঠ লোক সকল ক’ৰ’নাৰ চিকাৰ হৈছে।

আনহাতে, ক্ৰমাৎ ইটালীত ক’ৰ’নাৰ সংক্ৰমণ হ্ৰাস পাইছে।

Recent News

Rhino-horn-1140x570

ধুবুৰী আৰক্ষীৰ অভিযানত জব্দ গঁড়ৰ খৰ্গ; চাৰিজনক গ্ৰেপ্তাৰ

IMG-20210122-WA0032

একেৰাহে চতুৰ্থবাৰলৈ আছুৰ দখলত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd