DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home আন্ত: ৰাষ্ট্ৰীয়

দহ সহস্ৰাধিক লোকক হত্যাৰ অভিযোগ! কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত নাজী বাহিনীৰ ৯৭ বৰ্ষীয় মহিলা কৰ্মী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 21, 2022 10:42 pm
Nazi woman convicted
98
VIEWS
Share on FacebookShare on Twitter

জাৰ্মানীৰ কুখ্যাত নাজী বাহিনীৰ এগৰাকী কৰ্মী তথা নাজী কনচেনট্ৰেচন কেম্পত দায়িত্ব পালন কৰা এগৰাকী ৯৭ বছৰীয়া মহিলাক কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত কৰিছে জাৰ্মানীৰ আদালতে। প্ৰায় ১০,৫০৫ গৰাকী লোকক হত্যা কৰাত সহায় কৰা আৰু ৫ গৰাকী লোকক হত্যাৰ চেষ্টা কৰাৰ অপৰাধত দুবছৰৰ কাৰাদণ্ড বিহা হৈছে মহিলাগৰাকীক।

ইৰমগাৰ্ড ফাৰ্চনাৰ নামৰ এই মহিলাগৰাকীয়ে ১৯৪৩ চনৰ পৰা ১৯৪৫ চনলৈ নাজী শাসনৰ অন্তলৈকে নাজী বাহিনীয়ে অধিগ্ৰহণ কৰা পোলেণ্ডৰ ষ্টুত্থফ শিবিৰত ষ্টেনোগ্ৰাফাৰ আৰু টাইপিষ্ট হিচাপে কাম কৰিছিল।

এই শিবিৰত যুদ্ধবন্দী আৰু নাজীৰ ঘৃণনীয় ইহুদী নিধন অভিযানৰ সন্মুখীন হোৱা ইহুদীসকলো আছিল বুলি আমেৰিকাৰ হ’ল’কাষ্ট মেম’ৰিয়েল মিউজিয়ামে এই প্ৰতিবেদনত প্ৰকাশ কৰিছে।

আদালতে ফাৰ্চনাৰৰ শাস্তি ঘোষণা কৰি কয় যে ফাৰ্চনাৰে শিবিৰত বন্দীসকলক নৃশংস হত্যা তথা শিবিৰটোৰ পৰিচালনাৰ বাবে প্ৰয়োজনীয় কাগজ-পত্ৰৰ কাম চোৱা-চিতা কৰিছিল।

সেই সময়ত তেওঁৰ বয়স ১৮ ৰ পৰা ১৯ বছৰৰ ভিতৰত আছিল বাবে কিশোৰ আইন অনুসৰি ফাৰ্চনাৰক শাস্তি প্ৰদান কৰা হৈছে।

উল্লেখ্য গোচৰৰ বিচাৰৰ মাজতে চলিত মাহৰ আৰম্ভণিতে ফাৰ্চনাৰে আদালতত শিবিৰত সংঘটিত বৰ্বৰ ঘটনাৰ বাবে দুখ প্ৰকাশ কৰাৰ লগতে সেই সময়ত শিবিৰত থকাৰ বাবে অনুশোচনা কৰিছিল।

Recent News

উত্তাল সংসদ, তাৰমাজতে কংগ্ৰেছ শাসিত হিমাচলত আদানিৰ প্ৰতিষ্ঠানত আবকাৰী আৰু আয়কৰৰ অভিযান

উত্তাল সংসদ, তাৰমাজতে কংগ্ৰেছ শাসিত হিমাচলত আদানিৰ প্ৰতিষ্ঠানত আবকাৰী আৰু আয়কৰৰ অভিযান

অতিৰিক্ত স্মাৰ্টফোন ব্যৱহাৰ কৰি অন্ধ হায়দৰাবাদৰ যুৱতী! চিকিৎসকৰ ভাইৰেল টুইটত জোকাৰণি

অতিৰিক্ত স্মাৰ্টফোন ব্যৱহাৰ কৰি অন্ধ হায়দৰাবাদৰ যুৱতী! চিকিৎসকৰ ভাইৰেল টুইটত জোকাৰণি

ChatGPT ক প্ৰত্যাহ্বান জনোৱা চেটবট BARD ৰ ভুল উত্তৰৰ বাবে গুগলে হেৰুৱালে ১০০ বিলিয়ন ডলাৰ

ChatGPT ক প্ৰত্যাহ্বান জনোৱা চেটবট BARD ৰ ভুল উত্তৰৰ বাবে গুগলে হেৰুৱালে ১০০ বিলিয়ন ডলাৰ

ভূমিকম্পৰ ধ্বংসস্তূপত চেপা খাইও ভাতৃক মমতাৰে আৱৰি ৰখা সাহসী ছোৱালীজনীক প্ৰশংসা ৰাষ্ট্ৰসংঘৰ

ভূমিকম্পৰ ধ্বংসস্তূপত চেপা খাইও ভাতৃক মমতাৰে আৱৰি ৰখা সাহসী ছোৱালীজনীক প্ৰশংসা ৰাষ্ট্ৰসংঘৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd