• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিউজিলেণ্ডৰ বিৰুদ্ধে দুৰ্বল প্ৰদৰ্শন; টেষ্ট ৰেংকিঙত কোহলীৰ বৃহৎ ক্ষতি

এন ই নাও নিউজ by এন ই নাও নিউজ
March 4, 2020 7:07 am
Virat Kohli
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিউজিলেণ্ডৰ বিৰুদ্ধে শেহতীয়া টেষ্ট শৃংখলাত অতি নিৰাশাজনক প্ৰদৰ্শন দাঙি ধৰা ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীয়ে আই চি চিৰ শেহতীয়া টেষ্ট ৰেংকিঙত নিজৰ দ্বিতীয় স্থান অক্ষুণ্ণ ৰাখিছে যদিও পইণ্টৰ ক্ষেত্ৰত বৃহৎ লোকচানৰ সন্মুখিন হৈছে কোহলী।

শেহতীয়া টেষ্ট ৰেংকিঙত ভাৰতে ১১৬ পইণ্টেৰে শীৰ্ষ স্থান, নিউজিলেণ্ডে ১১০ পইণ্টেৰে দ্বিতীয় স্থান আৰু অষ্ট্ৰেলিয়াই ১০৮ পইণ্টেৰে তৃতীয় স্থানত আছে।

Apply Now

নিউজিলেণ্ডৰ বিৰুদ্ধে শেহতীয়া টেষ্ট শৃংখলাত ভাৰতে ২-০ ব্যৱধানত পৰাভূত হয়।

মঙলবাৰে প্ৰকাশিত টেষ্ট ৰেংকিঙত কোহলীয়ে ৮৮৬ পইণ্টেৰে দ্বিতীয় স্থানত থকাৰ বিপৰীতে অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথে ৯১১ পইণ্টেৰে শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখে।

শীৰ্ষ দহৰ ভিতৰত থকা আন দুগৰাকী ভাৰতীয় বেটছমেন হ’ল চেতেশ্বৰ পূজাৰা আৰু আজিংক ৰাহানে।

আনহাতে, বলিঙৰ ক্ষেত্ৰত শীৰ্ষ দহৰ ভিতৰত থকা একমাত্ৰ ভাৰতীয় বলাৰ গৰাকী হ’ল জাচপ্ৰীত বুমৰাহ। বুমৰাহে ৭৭৯ পইণ্টেৰে চাৰিটা স্থান আগুৱাই সপ্তম স্থানত উপনীত হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“৫ বছৰীয়া সন্মতিপূৰ্ণ সম্পৰ্কক ধৰ্ষণ আখ্যা দিব নোৱাৰি”: এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

“৫ বছৰীয়া সন্মতিপূৰ্ণ সম্পৰ্কক ধৰ্ষণ আখ্যা দিব নোৱাৰি”: এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 20, 2026 11:37 am
মহাৰাষ্ট্ৰত খাদ্য বিষক্ৰিয়া : একেখন দোকানৰ খাদ্য খাই ৫৯ জন লোক চিকিৎসালয়ত ভৰ্তি

মহাৰাষ্ট্ৰত খাদ্য বিষক্ৰিয়া : একেখন দোকানৰ খাদ্য খাই ৫৯ জন লোক চিকিৎসালয়ত ভৰ্তি

June 20, 2026 11:05 am
কৰ্ণাটকত বুমেৰাং হ’ল অপাৰেচন ‘লোটাছ’; মাষ্টাৰমাইণ্ড শিৱকুমাৰ, নিজৰ অস্ত্ৰতে ধৰাশায়ী বিজেপি

কৰ্ণাটকত বুমেৰাং হ’ল অপাৰেচন ‘লোটাছ’; মাষ্টাৰমাইণ্ড শিৱকুমাৰ, নিজৰ অস্ত্ৰতে ধৰাশায়ী বিজেপি

June 20, 2026 10:55 am
চাৰধাম যাত্ৰাত ৩৭ লাখৰো অধিক তীৰ্থযাত্ৰীৰ ভিৰ : আনহাতে প্ৰাণ হেৰুৱালে ১৯৮ গৰাকী ভক্তই

চাৰধাম যাত্ৰাত ৩৭ লাখৰো অধিক তীৰ্থযাত্ৰীৰ ভিৰ : আনহাতে প্ৰাণ হেৰুৱালে ১৯৮ গৰাকী ভক্তই

June 20, 2026 10:18 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“৫ বছৰীয়া সন্মতিপূৰ্ণ সম্পৰ্কক ধৰ্ষণ আখ্যা দিব নোৱাৰি”: এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

“৫ বছৰীয়া সন্মতিপূৰ্ণ সম্পৰ্কক ধৰ্ষণ আখ্যা দিব নোৱাৰি”: এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 20, 2026 11:37 am
মহাৰাষ্ট্ৰত খাদ্য বিষক্ৰিয়া : একেখন দোকানৰ খাদ্য খাই ৫৯ জন লোক চিকিৎসালয়ত ভৰ্তি

মহাৰাষ্ট্ৰত খাদ্য বিষক্ৰিয়া : একেখন দোকানৰ খাদ্য খাই ৫৯ জন লোক চিকিৎসালয়ত ভৰ্তি

June 20, 2026 11:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd