• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গৌৰব গগৈসহ ৭ জন কংগ্ৰছ সাংসদক বাজেট অধিৱেশনৰ পৰা নিলম্বিত

এন ই নাও নিউজ by এন ই নাও নিউজ
March 5, 2020 6:35 pm
image

অসমৰ সাংসদ গৌৰব গগৈ আৰু সদনত কংগ্ৰেছৰ নেতা অধীৰ চৌধুৰীৰৰ সৈতে নিলম্বিত সাংসদকেইজন। ফটো: টুইটাৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংসদৰ অধিৱেশন চলি থকা সময়ত বিশৃংখলা সৃষ্টি কৰাৰ অভিযোগত সাতজন কংগ্ৰেছ সাংসদক বৃহস্পতিবাৰে অধ্যক্ষই নিলম্বিত কৰে।

সোমবাৰৰ পৰা আৰম্ভ হোৱা বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্ব অহা ৩ এপ্ৰিললৈকে চলিব। যোৱা তিনিদিন ধৰি বিৰোধী সাংসদকেইজনে বিশৃংখলা সৃষ্টি কৰা বুলি অভিযোগ তোলে।

Apply Now

অসমৰ কলিয়াবৰৰ সাংসদ গৌৰব গগৈ, কেৰালাৰ ত্ৰিশূৰৰ সাংসদ টি এন প্ৰথাপন, কেৰালা যুৱ কংগ্ৰেছৰ সভাপতি তথা ইড্ডুকিৰ সাংসদ দেনা কুৰিয়োকোছে, কৰ্ণাটকৰ বিৰুধনগৰৰ সাংসদ মানিকাম টেগোৰ, কেৰালাৰ কাছাৰগড়ৰ সাংসদ ৰাজমোহন উন্নিথন আৰু অমৃতসৰৰ সাংসদ গুৰমিত সিং আউজলাক নিলম্বিত কৰা হয়।

বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্বৰ আৰম্ভণিৰ দিনাৰে পৰা বিৰোধীসকলে দিল্লীৰ হিংসাৰ ঘটনাক লৈআলোচনাৰ দাবী তোলে।

কিন্তু অধ্যক্ষই এই আলোচনা এতিয়া সম্ভৱ নহয় বুলি জনাই দিয়ে। হোলীৰ পাছত তেওঁ এই আলোচনা হ’ব পাৰে বুলি কয়।

ইপিনে বিৰোধী পক্ষই সেয়া মানিবলৈ সাজু নহয়। অধৱেশন চলি থকাৰ মাজতে কংগ্ৰেছ সংসদসকলে একেৰাহে প্ৰতিবাদ চলাই থকাৰ ফলত বাজেট অধিৱেশনৰ কাম স্থবিৰ হৈ পৰে।

বিৰোধীৰ আবেদনৰ পাছত অধ্যক্ষ ওম বিড়লাই হোলিৰ পাছৰ দিন অৰ্থাৎ ১১ মাৰ্চত আলোচনা হোৱাৰ কথা জনায়। কিন্তু ইয়াৰ বিপৰীতে বিৰোধীসকলে আলোচনাৰ দাবীত অলৰ-অচৰ হৈ থাকে।

সোমবাৰে অধিৱেশনসমাপ্ত হোৱাৰ পাছত অধ্যক্ষ ওম বিড়লাই এখন সৰ্বদলীয় বৈঠক আহ্বান কৰে। ইয়াত অধিৱেশনখন সুচাৰুৰূপে চলাই নিয়াৰ বাবে কিছু প্ৰস্তাৱ আগবঢ়োৱা হৈছিল।

মঙলবাৰে অধিৱেশন চলি থকা সময়ত বিৰোধী আৰু ট্ৰেজাৰি বেঞ্চত থকা সদস্যসকলৰ মাজত কথা কটাকটিৰ সৃষ্টি হয়। তেতিয়াই অধ্যক্ষই সকীয়াই দি কয় যে এইবাৰ অধিৱেশনৰ কামকাজত যিয়েই বাধা দিব তেওঁক নিলম্বিত কৰা হ’ব।

কিন্তু ইয়াৰ পাছতো বিৰোধী সদস্যসকলে বাৰে বাৰে বাধাৰ সৃষ্টি কৰাৰ বাবে অৱশেষত কংগ্ৰেছৰ সাতজন সাংসদক নিলম্বিত কৰা হয়।

ইপিনে, সদনত কংগ্ৰেছৰ নেতা অধীৰ চৌধুৰীয়ে অধ্যক্ষৰ এই সিদ্ধান্তক গৰিহনা দিয়ে। এই সিদ্ধান্তক সমালোচনা কৰি এয়া স্বৈৰতন্ত্ৰ বুলি কয়। তদুপৰি, তেওঁ এই সিদ্ধান্ত অধ্যক্ষৰ নহয়, চৰকাৰৰহে বুলিও কটাক্ষ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

July 8, 2026 8:05 pm
কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

July 8, 2026 8:05 pm
কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd