• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতত মুকলি হ’ল Realme 6 , Pro, দাম কিমান? ||সবিশেষ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 5, 2020 6:34 pm
Realme 6, Realme 6 pro launched in India
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰিয়েলমিয়ে বৃহস্পতিবাৰে ভাৰতত মুকলি কৰিছে তিনিটাকৈ প্ৰডাক্ত— Realme 6 , Pro আৰু Realme বেণ্ড।

ৰিয়েলমি ৬ প্ৰ’ সমদামৰ বাকী ফোনৰ ভিতৰত ১২০Hz ডিছপ্লে থকা প্ৰথমটো ফোন।

Apply Now

দুয়োটা ফোনতে চাৰিটাকৈ ৰিয়েৰ কেমেৰা আৰু পাঞ্চহ’ল ডিছপ্লে আছে।

দাম?

ৰিয়েলমি ৬ তিনিটা মডেলত উপলব্ধ হ’ব 4GB/64GB, 6GB/128GB, and 8GB/128GB (|) প্ৰথমটো মডেলৰ দাম 12,999, দ্বিতীয়টোৰ 14,999 আৰু তৃতীয়টোৰ দাম 15,999 টকা।

ফোন দুটা নীলা আৰু বগা ৰঙত উপলব্ধ হ’ব।

ৰিয়েলমি ৬ প্ৰ’ও তিনিটা মডেলত উপলব্ধ হ’ব– 6GB/64GB, 6GB/128GB আৰু 8GB/128GB মডেল। প্ৰথমটোৰ দাম 16,999, বাকী দুটাৰ ক্ৰমে 17,999 আৰু 18,999 (।)

ফোনটো কমলা আৰু নীলা ৰঙত উপলব্ধ হ’ব।

ফ্লিপকাৰ্ট, realme.com আৰু দেশৰ বিভিন্ন অফলাইন ষ্ট’ৰত ফোন দুটা ক্ৰমে ১১ আৰু ১৩ মাৰ্চৰ পৰা উপলব্ধ হ’ব।

Realme 6ত কি কি আছে?

Realme 6 ত আছে 6.5-ইঞ্চিৰ ফুল এইচ ডি+ 90Hz ডিছপ্লে। ডিছপ্লে ৰিজলিউচন 1080×2400 pixels আৰু ইয়াত এটা পান্স-হ’ল আছে। ফোনটোত 2.05GHz স্পীডৰ MediaTek Helio G90T অক্তা ক’ৰ প্ৰচেছৰ আছে।

ফোনটোত চাৰিটা ৰিয়েৰ কেমেৰা আছে– 64-megapixelৰ মূল ছেনছৰ, এটা 8-megapixelৰ আল্ট্ৰা ৱাইড এংগল কেমেৰা আৰু দুটা 2-megapixelৰ মেক্ৰ’ আৰু ম’ন’ কেমেৰা।

ফোনটোৰ 16-megapixelৰ ছেল্ফি কেমেৰা পান্স-হ’লত অৱস্থিত। ফোনটোৰ বেটাৰি 4300mAhৰ আৰু ই 30Wলৈকে ফাষ্ট চাৰ্জ চাপ’ৰ্ট কৰিব।

ফোনটোত USB-C প’ৰ্টো আছে।

Realme 6 Proত কি আছে?

Realme 6 ত আছে 6.6-ইঞ্চিৰ ফুল এইচ ডি+ 90Hz এল চি ডি ডিছপ্লে। ডিছপ্লে ৰিজলিউচন 1080×2400 pixels আৰু ইয়াত দুটা পান্স-হ’ল আছে। ফোনটোত 2.3GHz স্পীডৰ Qualcomm Snapdragon 720G প্ৰচেছৰ আছে।

এই ফোনটো NavIC নেভিগেচন চাপ’ৰ্ট কৰা প্ৰথম ফোন।

ফোনটোত চাৰিটা ৰিয়েৰ কেমেৰা আছে– 64-megapixelৰ মূল ছেনছৰ, এটা 8-megapixelৰ আল্ট্ৰা ৱাইড এংগল কেমেৰা আৰু দুটা 2-megapixelৰ মেক্ৰ’ আৰু ম’ন’ কেমেৰা।

ফোনটোৰ পান্স-হ’লত দুটাকৈ ছেল্ফি কেমেৰা অৱস্থিত।

ফোনটোৰ বেটাৰি 4300mAhৰ আৰু ই 30Wলৈকে ফাষ্ট চাৰ্জ চাপ’ৰ্ট কৰিব।

ফোনটোত USB-C প’ৰ্টো আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd