• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পনীৰ খালে এনেধৰণে লাভ হয় আপোনাৰ শৰীৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 7, 2020 8:34 am
Paneer

পনীৰ

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শৰীৰৰ বাবে প্ৰয়োজনীয় উপাদানসমূহেৰে পৰিপুষ্ট পনীৰ হ’ল গাখীৰৰ পৰা নিৰ্মিত এবিধ জনপ্ৰিয় খাদ্য।

পনীৰত অতি উচ্চ পৰিমাণত প্ৰটিন থাকে। প্ৰটিনৰ উপৰিও পনীৰত কেলছিয়াম, ফচফৰাচ, ভিটামিন আৰু অন্যান্য উপাদান সমূহ থাকে যিয়ে শৰীৰৰ বৃদ্ধিত অৰিহণা যোগায়।

Apply Now

পনীৰ দুই প্ৰকাৰৰ কোমল পনীৰ আৰু ডাঠ পনীৰ। পনীৰৰ আটাইতকৈ ভাল কথাটো হ’ল ইয়াক সহজে ৰান্ধিব পাৰি।

পনীৰত থকা কেলছিয়াম আৰু ফছফৰাছে শৰীৰৰ হাড় আৰু দাতৰ গঠনত সহায় কৰে।

পনীৰে গাঠিৰ বিষৰ লগতে বিভিন্ন ধৰণৰ হাড়ৰ ৰোগ নিৰ্মূলত সহায় কৰে।

পনীৰত থকা উপাদান সমূহে মুখৰ সংক্ৰমণ আৰু দাতৰ বেমাৰৰ ৰোধ কৰাৰ ক্ষেত্ৰতো সহায় কৰে।

যিসকল লোকে শাৰীৰিক অনুশীলন কৰে তেওঁলোকে নিজৰ খাদ্যৰ তালিকাত পনীৰ অন্তৰ্ভূক্ত কৰিব পাৰে কাৰণ পনীৰে ক্ষীপ্ৰতাৰে শৰীৰত শক্তিৰ যোগান ধৰে।

ভিটামিন-ডিয়ে দাতৰ বিভিন্ন সমস্যা উদ্ভৱ হোৱাত বাধা প্ৰদান কৰে, সেয়েহে শিশু সকলৰ খাদ্যত পনীৰ অন্তৰ্ভূক্ত কৰাটো অতি জৰুৰী বুলি বিশেষজ্ঞ সকলে মত প্ৰকাশ কৰিছে।

পনীৰে শৰীৰৰ উজ্বলতা বৃদ্ধিৰ লগতে শৰীৰৰ প্ৰতিৰোধী ক্ষমতাও বৃদ্ধিত সহায় কৰে।

পনীৰত থকা ভিটামিন-বিয়ে চুলি, নখৰ বৃ্দ্ধিত সহায় কৰাৰ লগতে শৰীৰৰ ক’লা দাগ আঁতৰাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

June 20, 2026 6:34 pm
লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

June 20, 2026 5:40 pm
মূৰত নাই হিজাব! মুকলিমূৰীয়া পোছাকত গান গোৱাৰ অপৰাধত ইৰাণৰ গায়িকাক ৭৪টা চাবুকৰ কোবৰ শাস্তি

মূৰত নাই হিজাব! মুকলিমূৰীয়া পোছাকত গান গোৱাৰ অপৰাধত ইৰাণৰ গায়িকাক ৭৪টা চাবুকৰ কোবৰ শাস্তি

June 20, 2026 5:13 pm
বিনা টিকটে ৰেল ভ্ৰমণ কৰিলে ভৰিব লাগিব দুগুণ জৰিমনা, ৰেল বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

বিনা টিকটে ৰেল ভ্ৰমণ কৰিলে ভৰিব লাগিব দুগুণ জৰিমনা, ৰেল বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

June 20, 2026 4:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

June 20, 2026 6:34 pm
লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

June 20, 2026 5:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd