• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খালী পেটৰ পৰা আৰম্ভ কৰা চাহকাপে আপোনাৰ ক্ষতিও কৰিব পাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 7, 2020 5:40 pm
Some probable side-effects of tea

ছবি সৌজন্য-- Dailyhunt

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাহ আমাৰ সকলোৰে প্ৰিয়। ই বিশ্বৰে অন্যতম সৰ্বাধিক জনপ্ৰিয় পানীয়। চাহৰ বহু উপকাৰিতা আছে।

কিন্তু ইয়াত আমি আগবঢ়াইছো চাহৰ সম্ভাৱ্য পাৰ্শ্বক্ৰিয়া (side-effect) কিছুমান।

Apply Now

* খাদ্যনলীৰ কেন্সাৰ

২০০৮ চনত হোৱা এটা অধ্যয়নে দেখুৱাইছিল যে বেছি গৰম চাহ সেৱনে খাদ্যনলীৰ কেন্সাৰৰ সম্ভাৱনা বৃদ্ধি কৰে। নিয়মীয়াকৈ ক’লা চাহ সেৱনকাৰীৰ মাজত অধ্যয়নটো চলোৱা হৈছিল। গৰম (65-69°C/149-156°F) বা অতি গৰম (70°C/158°ৰ বেছি) চাহ খোৱাসকলৰ খাদ্যনলীৰ কেন্সাৰৰ সম্ভাৱনা বেছি।

* চাহে অষ্টিঅ’ফ্লুৰ’ছিছ কৰিব পাৰে

বেছি চাহ খাই হাড় নষ্ট হোৱা মানুহ আছে। নিউ ইংলেণ্ড জাৰ্নেল অৱ মেডিচিনত বেছি চাহ খাই হাড় ঠুনুকা আৰু সকলো দাঁত হেৰুওৱা ৪৭ বছৰীয়া এগৰাকী মহিলাৰ বিষয়ে বিস্তাৰিতভাৱে প্ৰকাশিত হৈছিল। প্ৰতিদিনে তেওঁ ১০০-১৫০ টী বেগ চাহ খাইছিল, ফলত তেওঁৰ দৈনিক ফ্লুৰাইড সেৱন হৈছিলগৈ > 20mg.

* চাহে প্ৰষ্টেট কেন্সাৰৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে

ইউনিভাৰ্ছিটি অৱ গ্লাছগ’ৰ গৱেষণাই অধিক চাহ সেৱনৰ লগত বৰ্ধিত প্ৰষ্টেট কেন্সাৰৰ সম্ভাৱনা যুক্ত কৰিছে।

গৱেষণাটোৰ ইংগিত হৈছে দিনে সাত কাপতকৈ বেছি চাহ খোৱা মানুহৰ কমকৈ বা চাহ নোখোৱা (শূন্যৰ পৰা তিনি কাপ) মানুহতকৈ প্ৰষ্টেট কেন্সাৰ হোৱাৰ সম্ভাৱনা ৫০ শতাংশ বেছি।

* চাহৰ ঋণাত্মক কেফেইন পাৰ্শ্বক্ৰিয়া থাকিব পাৰে

চাহত প্ৰাকৃতিকভাৱে কেফেইন থাকে। কেফেইনে শক্তি আৰু সক্ৰিয়তা বৃদ্ধি কৰে, কিন্তু আপুনি যদি বেছিকৈ কেফেইন খায় বা কেফেইন সংবেদী, তেন্তে আপুনি ঋণাত্মক পাৰ্শ্বক্ৰিয়াত ভুগিব পাৰে।

সাধাৰণ ঋণাত্মক কেফেইন পাৰ্শ্বক্ৰিয়াৰ ভিতৰত আছে শোৱাত অসুবিধা, বৰ্ধিত হৃদগতি, হতাশা, দুশ্চিন্তা ইত্যাদি।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm
“বিচাৰিলে ঝাড়ুৱালীৰ চাকৰিও নাপাব ৰাখি সাৱন্তে” : তীব্ৰ কটাক্ষ কংগনাৰ

“বিচাৰিলে ঝাড়ুৱালীৰ চাকৰিও নাপাব ৰাখি সাৱন্তে” : তীব্ৰ কটাক্ষ কংগনাৰ

September 14, 2026 7:54 pm
‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 14, 2026 7:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd