• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

প্ৰধান মন্ত্ৰী মোদীয়ে আজি অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব

এন ই নাও নিউজ by এন ই নাও নিউজ
February 15, 2018 8:24 am
narendra modi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধান মন্ত্ৰী গৰাকীয়ে ইটানগৰৰ আই জি পাৰ্কত নৱনিৰ্মিত অত্যাধুনিক দৰ্জী খাণ্ডু ৰাজ্যিক সভাকেন্দ্ৰটো উদ্বোধন কৰিব।

বিভাগীয় সূত্ৰৰ পৰা জানিব পৰা মতে প্ৰধান মন্ত্ৰী গৰাকীয়ে দৰ্জী খাণ্ডু ৰাজ্যিক সভাকেন্দ্ৰটো উদ্বোধন কৰাৰ উপৰি টোমো ৰিবা ইনষ্টিটিউট অব হেল্থ এণ্ড মেডিকেল ছায়েন্সৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাজ্যিক সচিবালয় ভৱনটো দেশৰ নামত উৎসৰ্গীত কৰিব।

Apply Now

প্ৰধান মন্ত্ৰী গৰাকীৰ ভ্ৰমণক কেন্দ্ৰ কৰি অৰুণাচল প্ৰশাসনে ইটানগৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে।

আনহাতে অৰুণাচল প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ৰাজ্যখনত সংঘটিত বিভিন্ন দুৰ্নীতিৰ চিবিআইৰ তদন্ত বিচাৰি প্ৰধান মন্ত্ৰীক সাক্ষৎ কৰি এখন স্মাৰক-পত্ৰ প্ৰদান কৰিব বুলি অৰুণাচল প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক কেনটা কামলিয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃবিতত জানিবলৈ দিয়ে।

অৰুণাচলত দিনটোৰ কাৰ্যসূচী সামৰি প্ৰধান মন্ত্ৰী মোদী ত্ৰিপুৰালৈ ৰাওনা হ’ব।

১৮ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’ব লগীয়া আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যখনলৈ আহিব লগীয়া মোদীয়ে আজি আগৰটলা আৰু শান্তি বজাৰৰ দুখন নিৰ্বাচনী সমাবেশক সম্বোধন কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

June 8, 2026 1:43 pm
আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

June 8, 2026 12:46 pm
ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm
৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

June 8, 2026 1:43 pm
আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

June 8, 2026 12:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd