• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচন আহ্বায়ক কমিটি আৰু নিৰ্বাচনী কমিটিৰ যুটীয়া সংবাদ মেল সম্বোধন

দ্বীপজ্যোতি শর্মা by দ্বীপজ্যোতি শর্মা
March 10, 2020 5:25 pm
index.jpg2

সংবাদ মেলৰ দৃশ্য, ফ'টো- দ্বীপজ্যোতি শৰ্মা

14.3k
VIEWS
Share on FacebookShare on Twitter

আজি গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচন আহ্বায়ক কমিটি আৰু নিৰ্বাচনী কমিটিয়ে এখন যুটীয়া সংবাদ মেল সম্বোধন কৰে।

সংবাদমেল সম্বোধন কৰি নিৰ্বাচনী কমিটিৰ প্ৰিজাইডিং অফিচাৰ অজিত পাটোৱাৰীয়ে  গুৱাহাটী প্ৰেচ ক্লাৱৰ নিৰ্বাচন প্ৰস্তুতি সম্পৰ্ন হোৱা বুলি জনায় ৷

এই নিৰ্বাচনত ৮১৬ গৰাকী ভোটাৰে  ৩৬ গৰাকী প্ৰাৰ্থীৰ মাজৰ পৰা ১০ টা পদৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰিব৷

ইতিমধ্যে ৰাজ্যিক নিৰ্বাচনী আয়োগৰ পৰা বেলট বাকচ সংগ্ৰহ কৰা হৈছে বুলিও জনায় ৷

কাইলৈ আবেলি ৩ বজাত প্ৰাৰ্থী, পুলিং আৰু কাউন্টিং এজেন্টৰ সন্মূখত বেলট পেপাৰ, বেলট বাকচসমূহ পৰীক্ষা নিৰীক্ষা আৰু পুলিং চেন্টাৰটোও চীল কৰা হ’ব।

১২ মাৰ্চ পুৱা ৮ বজাত চেন্টাৰটো প্ৰাৰ্থী আৰু পুলিং এজেন্টসকলৰ উপস্থিতিত খোলা  হ’ব৷

গুৱাহাটী মহানগৰ আৰক্ষীয়ে  সুৰক্ষাৰ ক্ষেত্ৰত সহায় কৰাৰ আশ্বাস প্ৰদান কৰিছে৷

মাৰ্চ ৰ ১১ তাৰিখ আবেলিৰ পৰা ফলাফল ঘোষণা নকৰা পৰ্যন্ত নিৰাপত্তাৰক্ষী প্ৰদান কৰি সুৰক্ষাৰ ক্ষেত্ৰত সহায় কৰিব মহানগৰ আৰক্ষীয়ে ৷

তেওঁ লগতে কয়  যিসকল ন্যস্ত স্বাৰ্থৰ ব্যক্তিয়ে গুৱাহাটী প্ৰেছ ক্লাৱত সংবিধান তথা গণতান্ত্ৰিক প্ৰক্ৰিয়াক ভুলুণ্ঠিত কৰি নিৰ্বাচন অনুষ্ঠিত নকৰাকে এক কলা অধ্যায়ৰ সৃষ্টি কৰিছিলে তেখেত সকলে আদালতত এক আবেদনেৰে এই নিৰ্বাচনী প্ৰক্ৰিয়া স্থবিৰ কৰাৰ প্ৰয়াস কৰিছে ৷

আমাৰ ন্যায়পালিকাৰ ওচৰত বিশ্বাস আছে৷  আমি আশা ৰাখিছো ন্যায়পালিকাই এই ধৰণৰ কুচক্ৰান্ত সমূহক ওফৰাই দিব আৰু গণতন্ত্ৰৰ বিজয় সুনিশ্চিত কৰিব ৷

আহ্বায়ক সমিতিৰ সদস্য সুশান্ত তালুকদাৰে  ১৭ বছৰ ধৰি বন্ধ হৈ থকা এটা  প্ৰক্ৰিয়াক ইমান খৰতকীয়াকৈ এক সুস্থ পৰিবেশ গঢ়ি তুলি নিৰ্বাচনৰ প্ৰতিটো প্ৰস্তুতি সুচাৰু ৰূপে সম্পাদন কৰি তোলা বাবে নিৰ্বাচন কমিটিক ধন্যবাদ জনায়৷

তেওঁ আশ্বৰ্য প্ৰকাশ কৰি কয় প্ৰাক্তন সম্পাদকগৰাকীয়ে  আদালতৰ ওচৰ চাপিছে তাত ক’ব লগীয়া একো নাই৷ কিন্তু এটা কথা বোধগম্য হোৱা নাই তেখেতে সকলো কথাৰ শলাগ লৈ আকৌ কিয় নিৰ্বাচনৰ বন্ধ কৰাৰ বাবে আদালতৰ কাষ চাপিছে?

এক ন্যস্ত স্বাৰ্থই নিৰ্বাচনত হেঙাৰ সৃষ্টিৰ ৰ উদ্দেশ্যে আদালতৰ কাষ চাপিছে৷ মই ব্যক্তিগত ভাবে ভাবো  যে গণতন্ত্ৰৰ স্বাৰ্থত ন্যায়পালিকাই কেতিয়াও গণতন্ত্ৰ বিৰোধী বিচাৰৰ নিদিয়ে৷ আদালতত কৰা আবেদন খাৰিজ হোৱাৰ সম্ভাৱনাই অধিক এই মন্তব্য কৰে ৰিটাৰ্নিং বিষয়া বিজন মহাজনে৷

নিৰ্বাচন কমিটিৰ হৈ অজিত পাটোৱাৰীয়ে আশা প্ৰকাশ কৰে যে ১৭ বছৰীয়া ক’লা অধ্যয়ৰ সামৰণি পেলায় এই নিৰ্বাচন এক গণতান্ত্ৰিক উৎসৱলৈ পৰিৱৰ্তিত হ’ব ৷

Recent News

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd