• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সস্তা ৪জি ডেটাৰ দিন শেষ, ১০০ টকাৰ ৰিচাৰ্জ হ’বগৈ পাৰে ১০০০

এন ই নাও নিউজ by এন ই নাও নিউজ
March 11, 2020 6:55 pm
275 more Chinese apps including PubG on India's radar

ফাইল ছবি।

14.5k
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ ম’বাইল ফোন ব্যৱহাৰকাৰীসকলে বিশ্বৰ ভিতৰতে আটাইতকৈ কম মূল্যত ডেটা ব্যৱহাৰ কৰি আহিছে।

কিন্তু, অতি সোনকালে সেই দিন উকলিব পাৰে।

কাৰণ, টেলিকম অপাৰেটৰসকলে ট্ৰাই (Telecom Regulatory Authority of India)ক দাবী কৰা ফ্লৰ প্ৰাইচ (ন্যূনতম দাম)।

বৰ্তমান ভাৰতীয় ম’বাইল ব্যৱহাৰকাৰীসকলে দিনে ১জিবি ডেটা ন্যূনতম ৩.৫ টকাত ব্যৱহাৰ কৰি আছে।

কিন্তু, অপাৰেটৰসকলে এই দাম ৫ৰ পৰা ১০ শতাংশ বৃদ্ধিৰ বাবে দাবী উত্থাপন কৰিছে।

ঋণত পোত যোৱা ভদাফোন-আইডিয়াই এই দাম প্ৰতি জিবিত ৩৫ টকা কৰাৰ দাবী জনাইছে।

একেদৰে ভাৰতী এয়াৰটেল আৰু জিঅ’য়ো এই দাম প্ৰতি জিবিত ক্ৰমে ৩০ আৰু ২০ টকা কৰাৰ দাবী জনাইছে।

জিঅ’ই পৰ্য্যায়ক্ৰমে এই দাম বৃদ্ধিৰ পোষকতা কৰিছে।

এতিয়াৰ ৫৯৯ টকাত ২জিবিৰ ৮৪ দিন ভেলিডিটিৰ প্লেন এটা অপাৰেটৰসকলৰ পৰামৰ্শ মানিলে ৩৩৬০ৰ পৰা ৫৮৮০ টকা পৰ্য্যন্ত হ’ব পাৰে।

নিতি আয়োগৰ চি ই অ’ অমিতাভ কাণ্টে অপাৰেটৰসকলৰ সমৰ্থনত থিয় দিছে।

বৰ্তমান অপাৰেটৰসকলে নিজাববীয়াকৈ দাম নিৰ্ধাৰণ কৰি আহিছে।

কিন্তু, ভাৰতৰ প্ৰতিযোগিতা আয়োগে (Competition Commission of India) ফ্লৰ প্ৰাইচ নিৰ্ধাৰণ এক দমনমূলক পদক্ষেপ হ’ব পাৰে।

বজাৰৰ প্ৰতিযোগিতাতো ই ঋণাত্মক প্ৰভাৱ পেলাব বুলি আয়োগে আশংকা প্ৰকাশ কৰিছে।

Recent News

২৫ জুনৰ পৰা অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচী গ্ৰহণ শ্ৰীভূমি জিলাৰ গৃহৰক্ষী বাহিনীৰ

২৫ জুনৰ পৰা অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচী গ্ৰহণ শ্ৰীভূমি জিলাৰ গৃহৰক্ষী বাহিনীৰ

মহাকাশত ভাৰতীয় : শুভাংশু শুক্লাকে ধৰি চাৰিজন মহাকাশচাৰীৰ যাত্ৰা আনঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ

মহাকাশত ভাৰতীয় : শুভাংশু শুক্লাকে ধৰি চাৰিজন মহাকাশচাৰীৰ যাত্ৰা আনঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ

নাছাৰ চলি অহা পৰম্পৰা ৰক্ষা কৰিলে মহাকাশচাৰী শুভ্ৰাংশু শুক্লাই: উৰণৰ পূৰ্বে শুনিলে বলীউডৰ এইটো গান…

নাছাৰ চলি অহা পৰম্পৰা ৰক্ষা কৰিলে মহাকাশচাৰী শুভ্ৰাংশু শুক্লাই: উৰণৰ পূৰ্বে শুনিলে বলীউডৰ এইটো গান…

পশ্চিম কাৰ্বি আংলঙত ১৪০০ৰো অধিক বিৰোধী সদস্যৰ বিজেপিত যোগদান

পশ্চিম কাৰ্বি আংলঙত ১৪০০ৰো অধিক বিৰোধী সদস্যৰ বিজেপিত যোগদান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd