• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক’ৰ’না ভাইৰাছৰ আতংক; গুৱাহাটীত দ্ৰুত গতিত হ্ৰাস পাইছে মাংসৰ বিক্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 14, 2020 4:04 pm
index.jpg12

প্ৰতিনিধিত্বমূলক ছবি, সৌজন্য- ইন্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ বিশ্বতে মাহামাৰী ৰূপ ধাৰণ কৰা ক’ৰ’না ভাইৰাছে ইতিমধ্যে ভাৰতবৰ্ষতো বিপয়পি পৰিছে।

ষাঠিৰো অধিকত লোক ক’ৰ’নাৰ ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে বৰ্তমানলৈকে দুগৰাকী আক্ৰান্তৰ মৃত্যুও ঘটিছে ভাৰতত।

এই আতংকই এতিয়া ছানি ধৰিছে অসমৰ লগতে গুৱাহাটী মহানগৰতো।

যাৰ ফলত দেখা গৈছে গুৱাহাটী মহানগৰত দ্ৰুত গতিত হ্ৰাস পাইছে মাংসৰ বিক্ৰী।

উল্লেখ্য যে যোৱা বৰ্ষৰ চীনৰ য়ুৱান প্ৰদেশৰ মাংসৰ বজাৰৰ পৰাই ক’ৰ’নাৰ ভাইৰাছ সংক্ৰমণ হোৱা নিশ্চিতি কৰা হৈছে।

ক’ৰ’না ভাইৰাছ হৈছে বন্য প্ৰাণীৰ পৰা মানুহলৈ সংক্ৰমণ হোৱা এবিধ বীজাণু।

সমগ্ৰ বিশ্বতে এই ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰাৰ পিছত বিশ্ব স্বাস্থ্য সংস্থা( WHO)এ বিশ্ববাসীৰ বাবে বিভিন্ন বিধান আৰু সতৰ্কতামূলক ব্যৱস্থা ল’বলৈ আহ্বান জনাই আহিছে।

এনে আতংকৰ মাজতে গুৱাহাটীৰ মাংসৰ বজাৰত মাংসৰ বিক্ৰী অভাৱনীয় হাৰত হ্ৰাস পাইছে। এজন মাংস বিক্ৰতাই কৈছে যে, তেওঁলোকৰ ব্যৱসায় সম্পূৰ্ণৰূপে ভাঙি পৰিছে। ক’ৰ’না ভাইৰাছৰ আতংকত ক্ৰেতাসকলে হঠাতে মাংস ক্ৰয় কৰিবলৈ বন্ধ কৰি দিছে।

ইফালে মাংসৰ দামো অভাৱনীয় হাৰত হ্ৰাস পোৱা দেখা গৈছে।

বিক্ৰেতাসকলৰ মতে মাংসৰ বিক্ৰী হাৰ প্ৰায় ৫০%  শতাংশতকৈও অধিক হ্ৰাস পাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ শেষ যাত্ৰাৰ সময়সূচীঃ অনুৰাগীয়ে কেতিয়া জনাব পাৰিব অন্তিম শ্ৰদ্ধাঞ্জলি?

জুবিন গাৰ্গৰ শেষ যাত্ৰাৰ সময়সূচীঃ অনুৰাগীয়ে কেতিয়া জনাব পাৰিব অন্তিম শ্ৰদ্ধাঞ্জলি?

September 20, 2025 1:42 pm
জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি! গুৱাহাটীৰ ৰাজপথত ইলেক্ট্ৰিক অটো এছ’চিয়েচনে উলিয়ালে শোভাযাত্ৰা

জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি! গুৱাহাটীৰ ৰাজপথত ইলেক্ট্ৰিক অটো এছ’চিয়েচনে উলিয়ালে শোভাযাত্ৰা

September 20, 2025 1:31 pm
শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে দাখিল সকলো গোচৰ CID-লৈ হস্তান্তৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে দাখিল সকলো গোচৰ CID-লৈ হস্তান্তৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

September 20, 2025 12:56 pm
কি আছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত? কি হৈছিল শিল্পীজনৰ!

কি আছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত? কি হৈছিল শিল্পীজনৰ!

September 20, 2025 12:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ শেষ যাত্ৰাৰ সময়সূচীঃ অনুৰাগীয়ে কেতিয়া জনাব পাৰিব অন্তিম শ্ৰদ্ধাঞ্জলি?

জুবিন গাৰ্গৰ শেষ যাত্ৰাৰ সময়সূচীঃ অনুৰাগীয়ে কেতিয়া জনাব পাৰিব অন্তিম শ্ৰদ্ধাঞ্জলি?

September 20, 2025 1:42 pm
জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি! গুৱাহাটীৰ ৰাজপথত ইলেক্ট্ৰিক অটো এছ’চিয়েচনে উলিয়ালে শোভাযাত্ৰা

জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি! গুৱাহাটীৰ ৰাজপথত ইলেক্ট্ৰিক অটো এছ’চিয়েচনে উলিয়ালে শোভাযাত্ৰা

September 20, 2025 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd