• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ’নাভাইৰাছৰ বিৰুদ্ধে ফেচবুকে আগবঢ়াব ২০ মিলিয়ন মাৰ্কিন ডলাৰ সাহায্য

এন ই নাও নিউজ by এন ই নাও নিউজ
March 14, 2020 9:37 pm
89.8k
VIEWS
Share on FacebookShare on Twitter

ফেচবুকে কৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজলৈ ২০ মিলিয়ন মাৰ্কিন ডলাৰ (প্ৰায় ১৪৮ কোটি টকা) সাহায্য আগবঢ়াব।

বৰ্তমানলৈকে বিশ্বজুৰি ৫৬০৪ গৰাকী লোকৰ প্ৰাণ লোৱা কৰ‘নাভাইৰাছৰ বিৰুদ্ধে সুৰক্ষামূলক ব্যৱস্থাৰ বাবে ফেচবুকে ৰাষ্ট্ৰসংঘ আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে কাম কৰি আছে।

ফেচবুকৰ চি ই অ’ মাৰ্ক জুকাৰবাৰ্গে কয় যে কোম্পানিটোৱে ৰাষ্ট্ৰসংঘৰ পুঁজি আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ COVID-19 চলিডাৰিটি ৰেছপনছ ফাণ্ডলৈ ১০ মিলিয়ন ডলাৰ সাহায্য আগবঢ়াব।

কোম্পানিটোৱে বাকী ১০ বিলিয়ন সাহায্য আগবঢ়াব চি ডি চি ফাউণ্ডেচনলৈ।

চি ডি চি ফাউণ্ডেচনে ফেচবুকৰ সৈতে মিলি কৰ’নাভাইৰাছৰ বিৰুদ্ধে পুঁজি সংগ্ৰহৰ কামো আৰম্ভ কৰিব।

মাইক্ৰছফট আৰু এমাজনেও বিশ্ব স্বাস্থ্য সংস্থাৰ কৰ’নাভাইৰাছ সঁহাৰি পুঁজিলৈ ১ মিলিয়ন মাৰ্কিন ডলাৰকৈ সাহায্য আগবঢ়াইছে।

গুগল আৰু ইয়াৰ কৰ্মচাৰীসকলে মিলি ১ মিলিয়ন মাৰ্কিন ডলাৰ সাহায্য আগবঢ়াইছে।

Recent News

নগাঁৱৰ বোৱাৰী লৈ পলাল কুকিল হীৰা! কিয় তিনিবাৰকৈ বিয়া পতা পুৰুষৰ সৈতে পলাল বোৱাৰী?

নগাঁৱৰ বোৱাৰী লৈ পলাল কুকিল হীৰা! কিয় তিনিবাৰকৈ বিয়া পতা পুৰুষৰ সৈতে পলাল বোৱাৰী?

প্ৰেমিকক বিয়া কৰাবলৈ লিংগ সলনি কৰিলে যুৱকে! সোণু হ’ল ছোনিয়া; ভাইৰেল ভিডিঅ’

প্ৰেমিকক বিয়া কৰাবলৈ লিংগ সলনি কৰিলে যুৱকে! সোণু হ’ল ছোনিয়া; ভাইৰেল ভিডিঅ’

২৫ সপ্তাহত গৰ্ভপাতৰ অনুমতি! বিশেষ প্ৰেক্ষাপটত উচ্চ ন্যায়ালয়ে দিলে এই ৰায়…

২৫ সপ্তাহত গৰ্ভপাতৰ অনুমতি! বিশেষ প্ৰেক্ষাপটত উচ্চ ন্যায়ালয়ে দিলে এই ৰায়…

লোমহৰ্ষক! শেষ দেখা বু্লি প্ৰেমিকাক হোটেললৈ মাতি আনি কি সৰ্বনাশী কাণ্ড প্ৰেমিকৰ

লোমহৰ্ষক! শেষ দেখা বু্লি প্ৰেমিকাক হোটেললৈ মাতি আনি কি সৰ্বনাশী কাণ্ড প্ৰেমিকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd