• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’না ভাইৰাছ : হোটেল, ল’জ আৰু প্ৰশান্তি সমূহলৈ বিশেষ সতৰ্কতা পৰ্যটন বিভাগৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
March 16, 2020 3:56 pm
0c4ed907-1540-4f99-820e-8ae6cb29ee08

ফটো : নৰ্থ-ইষ্ট নাও

34.5k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ অসম পৰ্যটন বিভাগৰ অধীনত থকা সকলো হোটেল, ল’জ আৰু প্ৰশান্তি সমূহত লোৱা হৈছে বিশেষ সতৰ্কতা।

টুৰিষ্ট গাইড আৰু হোটেল, ল’জ আৰু প্ৰশান্তি সমূহৰ সঞ্চালক সকলক ক’ৰ’নাৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰিবলৈ এই নির্দেশনা দিয়া হৈছে বুলি জানিবলৈ দিছে অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক ভাস্কৰ ফুকনে।

এই সন্দৰ্ভত পৰিচালন সঞ্চালক জনে কয়, “পৰ্যটন বিভাগৰ ফালৰ পৰা ইতিমধ্যে সতৰ্ক হবলৈ দিয়া হৈছে। বিভাগৰ অধীনত থকা হোটেল, ল’জ-প্ৰশান্তি সমূহত ক’ৰ’না সন্দৰ্ভত সজাগতা সভা পতাৰ লগতে দেশী-বিদেশী প্ৰতিজন পৰ্যটকক স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে”।

উল্লেখ্য যে ইতিমধ্যে ৰাজ্যৰ সকলোবোৰ অভয়াৰণ্য-ৰাষ্ট্ৰীয় উদ্যান দৰ্শনাথীৰ বাবে বন্ধ কৰি দিয়া হৈছে। সেই সন্দৰ্ভত পৰিচালন সঞ্চালক ফুকনে কয়, “বিশ্বত্ৰাস ক’ৰ’নাৰ প্ৰভাৱ দেশৰ লগতে অসমতো পৰিছে। ফলত অসমৰ পৰ্যটন ক্ষেত্ৰত সন্মুখীন হৈছে বৃহৎ লোকচানৰ। যিহেতু পৰ্যটনৰ বাবে এইয়া উপযুক্ত আৰু গুৰুত্বপূৰ্ণ সময় আছিল”।

বৰ্তমান লোকচানৰ পৰিমাণ কিমান হ’ব তাৰ তাৰ সম্পূৰ্ণ পৰিসংখ্যা দিব পৰা হোৱা নাই যদিও অতি কম সময়ৰ ভিতৰত প্ৰকাশ কৰিব পৰা যাব বুলি তেওঁ লগতে কয়।

“ক’ৰ’না আতংকৰ বাবে বৰ্তমান ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰ সমূহত এজনো পৰ্যটক নাই। পৰ্যটন বিভাগৰ ফালৰ পৰা পৰ্যটক স্থলী সমূহত থকা টুৰিষ্ট ইনচাৰ্জ সকলৰ সৈতে যোগাযোগত থকা হৈছে”, তেওঁ লগতে এই কথা জনায়।

উল্লেখ্য যে ৰাজ্য চৰকাৰে ইতিধ্যে অহা ২৯ মার্চলৈকে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান আৰু ৰাষ্ট্ৰীয় উদ্যান-অভয়াৰণ্য সমূহ বন্ধ ঘোষণা কৰিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd