• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিহুক ৰাজনীতি কৰাৰ প্ৰতিবাদত শিৱসাগৰত কেইবাটাও সংগঠনৰ প্ৰতিবাদ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
March 17, 2020 6:59 am
IMG-20200316-WA0021
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে শিৱসাগৰ নগৰস্থিত দ’লমুখ চাৰি আলিত অনুসূচিত জাতি ছাত্ৰ সন্থা, অসম ছাত্ৰ যুৱ সন্মিলন আৰু মৰীয়া যুৱ ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত অসমীয়াৰ বাপোতি সাহোন বিহুৰ ৰাজনীতিকৰণৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে।

হাতে হাতে গামোচা, ফেষ্টুন লৈ সংগঠন কেইটাৰ কৰ্মীসকলে বিহুৰ নামত ৰাজনীতি বন্ধ কৰক, অসমীয়াৰ সংস্কৃতি ৰক্ষা কৰক, বিজেপিৰ গুণ্ডামি অসমত নচলিব আদি বিভিন্ন ধৰণৰ শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তুলে।

তিনিওটা সংগঠনে স্পষ্টকৈ বিজেপি চৰকাৰক বিহুকলৈ ৰাজনীতি নকৰিবলৈ সকীয়াই দিয়ে।

প্ৰতিবাদী কাৰ্য্যসূচীত উপস্থিত থাকি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পৰশ জ্যোতি দাসে কয়,  “বিজেপিয়ে বাপোতি সাহোন বিহুটিক লৈয়ো ৰাজনীতি কৰিবলৈ এৰি দিয়া নাই। শিল্পী মানস ৰবীনে বিহুটিক ৰাজনীতিৰ পৰা আঁতৰাই ৰাখিবলৈহে আহ্বান কৰিছিল, তাকো শান্তিপূৰ্ণ ভাবে। কিন্তু থাওৰা বিজেপিৰ এচাম ভেৰোনীয়া গুণ্ডাই শিল্পীজনক ৰাজহুৱাভাৱে অপদস্থ কৰিলে। এই কাৰ্য্যৰ প্ৰতিবাদ জনোৱা বীৰ লাচিত সেনাৰ লগতো বিজেপিৰ ভেৰোনীয়া গুণ্ডাই খণ্ডযুদ্ধত লিপ্ত হয়”।

দাসে বিজেপিৰ সেইসকল উদণ্ড কৰ্মীক ধিক্কাৰ দিয়াৰ লগতে কয় যে বিজেপিৰ গুণ্ডামী অসমত নচলিব। জাতিৰ দালাল, অসমীয়া সন্তানৰ হত্যাকাৰী, অসম আৰু অসমীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি অনা এইসকল লোকৰ বিহু উদযাপন কৰাৰো কোনো অধিকাৰ নাই বুলিও মন্তব্য কৰে।

আনহাতে অসম ছাত্ৰ যুৱ সন্মীলনিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ইৰ্ছাদ উল্লাই কয় যে মুখ্য পৃষ্ঠপোষক হিচাপে থাওৰা বিধায়ক কুশল দুৱৰীয়ে বিহু পতাকলৈ কোনো আপত্তি নাই। কিন্তু বিহুত ৰাজনীতিৰ প্ৰলেপ সানি বিহুটিক ৰাজনৈতিক স্বাৰ্থত ব্যবহাৰ কৰিবলৈ কোনো কাৰণতে দিব নোৱাৰি।

তেওঁ লগতে কয় যে বিজেপিয়ে আচলতে অতি নিকৃষ্ট ধৰণৰ ৰাজনীতি আৰম্ভ কৰিছে। বঙৰ বিৰুদ্ধে বঙহৰ যুঁজ কৰাৰ ষড়যন্ত্ৰ কৰিছে বিজেপিয়ে।

প্ৰতিবাদী কাৰ্য্যসূচীত উপস্থিত থাকে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি মতিক্য প্ৰসাদ দাস, সম্পাদক মৃদুল দাস, অসম ছাত্ৰ যুৱ সন্মিলনীৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক দেবাশীষ চাংমাই, মৰীয়া যুৱ ছাত্ৰ সন্থাৰ উপদেষ্টা ছামাদ হুছেইন, জিলা সমিতিৰ সভাপতি ফাৰুক আহমেদকে আদি কৰি তিনিওটা সংগঠনৰ বহু সংখ্যক বিষয়ববীয়া।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd