• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অবৈধ সুৰা প্ৰস্তুতকাৰীক জীৱিকাৰ অন্য পথ দেখুৱাবলৈ ডিব্ৰুগড় জিলা প্ৰশাসনৰ তথ্যচিত্ৰ

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
February 15, 2018 8:09 pm
Sulai
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা দৃষ্টান্তমূলক তথা প্ৰশংসনীয় পদক্ষেপত ডিব্ৰুগড় জিলা প্ৰশাসনে অবৈধ সুৰা প্ৰস্তুতকাৰীক জীৱিকাৰ অন্য পথ লোৱাত উৎসাহ দিবলৈ য়ুনিচেফৰ (UNICEF) সহায়ত নিৰ্মাণ কৰি উলিয়ালে চুটি ছবি।

এই গুৰুত্বপূৰ্ণ চুটি ছবিখন ডিব্ৰুগড় জিলা পুথিভঁৰালত আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। চুটি ছবিখন মুকলি কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নগেন শইকীয়াই কয় যে অবৈধ সুৰাৰ সমাজৰ ওপৰ বিৰাট নেতিবাচক প্ৰভাৱ আছে। ‘ডিব্ৰুগড় জিলা প্ৰশাসনৰ এই অবৈধ সুৰাৰ বিৰুদ্ধে লোৱা অভিযানৰ মই শলাগ লৈছো। জিলাখনত অবৈধ সুৰা প্ৰস্তুত আৰু সুৰাপান অতি বেছি মাত্ৰাত দেখা যায়। জনসাধাৰণৰ সহযোগিতাৰ অবিহনে কেৱল জিলা প্ৰশাসনেই ইয়াক দূৰ কৰিব নোৱাৰে।’ ড০ শইকীয়াই কয়।

Apply Now

জানিব পৰা মতে ডিব্ৰুগড় জিলা প্ৰশাসনে যোৱা ভালেমান দিন ধৰি য়ুনিচেফৰ সৈতে লগ লাগি জিলাখনৰ অবৈধ সুৰা প্ৰস্তুকাৰীসকলক পুনৰ্সংস্থাপন দিয়াৰ বাবে বিভিন্ন কৰ্মশালা আয়োজন কৰি আহিছে।

‘জিলা প্ৰশাসনে অবৈধ সুৰাৰ ব্যৱসায়ৰ সমাজৰ ওপৰত অতি বিৰূপ প্ৰভাৱ আছে। বিশেষকৈ মহিলা আৰু শিশুসকল ইয়াৰ দ্বাৰা অধিক প্ৰভাৱিত হয়। আমি ডিব্ৰুগড়ক অবৈধ সুৰাৰ প্ৰস্তুতকাৰী আৰু সেৱনকাৰীৰ পৰা মুক্ত কৰিবলৈ ভালেমান দিনৰ পৰা সজাগতা সৃষ্টিৰ বাবে কাম কৰি আহিছো। আমি য়ুনিচেফৰ সৈতে লগ লাগি এই উদ্দেশ্যত এখন চুটি তথ্যচিত্ৰ নিৰ্মাণ কৰিছো। তথ্যচিত্ৰখনত আমি মদ সেৱনে কেনেকৈ সমাজত বিৰূপ প্ৰভাৱ পেলায় তাক দাঙি ধৰাৰ চেষ্টা কৰিছো।’ এইদৰে কয় ডিব্ৰুগড় জিলাৰ উপায়ুক্ত লয়া মাদুৰীয়ে।

উল্লেখযোগ্য যে ভিডিঅ’টোত অবৈধ সুৰা প্ৰস্তুত কৰা লোকসকলে কেনেকৈ অন্য জীৱিকা বাচি লৈছে তাৰ দৃশ্য অন্তৰ্ভুক্ত কৰা হৈছে। এই চুটি ছবিখনৰ জৰিয়তে অবৈধ সুৰা প্ৰস্তুতকাৰীক পুনৰ্সংস্থাপন কৰাৰ লক্ষ্য লোৱা হৈছে, যাতে ডিব্ৰুগড় জিলাখন অবৈধ সুৰামুক্ত হয়।

এই উদ্দেশ্য লৈ জিলা প্ৰশাসনে বিভিন্ন ঠাইত প্ৰশিক্ষণ কাৰ্য্যসূচী, কৰ্মশালা আয়োজন কৰি আহিছে।

অভিক চক্ৰবৰ্তী

অভিক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যশস্বীৰ দুৰন্ত শতক আৰু ৰোহিতৰ অনবদ্য বেটিং, ভাৰতৰ হাতত শোচনীয়ভাৱে পৰাস্ত আফগানিস্তান

যশস্বীৰ দুৰন্ত শতক আৰু ৰোহিতৰ অনবদ্য বেটিং, ভাৰতৰ হাতত শোচনীয়ভাৱে পৰাস্ত আফগানিস্তান

June 20, 2026 8:15 pm
মহাৰাষ্ট্ৰৰ পাৰভনী জিলাত শোকাৱহ ঘটনা: মন্দিৰৰ চাল খহি চাৰিজনৰ মৃত্যু

মহাৰাষ্ট্ৰৰ পাৰভনী জিলাত শোকাৱহ ঘটনা: মন্দিৰৰ চাল খহি চাৰিজনৰ মৃত্যু

June 20, 2026 7:38 pm
শান্তি চুক্তি উলংঘনৰ অভিযোগত ইৰানে বন্ধ কৰিলে হৰমুজ প্ৰণালী, দাবী আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ

শান্তি চুক্তি উলংঘনৰ অভিযোগত ইৰানে বন্ধ কৰিলে হৰমুজ প্ৰণালী, দাবী আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ

June 20, 2026 7:18 pm
ৰাষ্ট্ৰসংঘৰ মঞ্চত ইজৰাইলৰ প্ৰতিনিধিৰ চৰম অহংকাৰ, মহিলা প্ৰতিনিধিক মুখ বন্ধ ৰাখিবলৈ ধমকি

ৰাষ্ট্ৰসংঘৰ মঞ্চত ইজৰাইলৰ প্ৰতিনিধিৰ চৰম অহংকাৰ, মহিলা প্ৰতিনিধিক মুখ বন্ধ ৰাখিবলৈ ধমকি

June 20, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যশস্বীৰ দুৰন্ত শতক আৰু ৰোহিতৰ অনবদ্য বেটিং, ভাৰতৰ হাতত শোচনীয়ভাৱে পৰাস্ত আফগানিস্তান

যশস্বীৰ দুৰন্ত শতক আৰু ৰোহিতৰ অনবদ্য বেটিং, ভাৰতৰ হাতত শোচনীয়ভাৱে পৰাস্ত আফগানিস্তান

June 20, 2026 8:15 pm
মহাৰাষ্ট্ৰৰ পাৰভনী জিলাত শোকাৱহ ঘটনা: মন্দিৰৰ চাল খহি চাৰিজনৰ মৃত্যু

মহাৰাষ্ট্ৰৰ পাৰভনী জিলাত শোকাৱহ ঘটনা: মন্দিৰৰ চাল খহি চাৰিজনৰ মৃত্যু

June 20, 2026 7:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd