• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ’নাভাইৰাছৰ বাবে গুৱাহাটীৰ সমূহ ৰঙালী বিহু সন্মিলনীৰ কাৰ্য্যসূচী বাতিল

এন ই নাও নিউজ by এন ই নাও নিউজ
March 21, 2020 11:10 am
Coronavirus: All Rongali Bihu programmes cancelled in Guwahati

প্ৰতীকী ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’নাভাইৰাছৰ আতংকৰ বাবে গুৱাহাটীত এইবাৰ সমূহ ৰঙালী বিহু উদযাপনৰ কাৰ্য্যসূচী বাতিল কৰা হৈছে।

সদৌ গুৱাহাটী ৰঙালী বিহু সন্মিলনী সমন্বয়ৰক্ষী সমিতিয়ে শুকুৰবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

“আজি হোৱা এক সভাত বিহুৰ সকলো কাৰ্য্যসূচী সাময়িকভাৱে বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে,” সমিতিৰ সাধাৰণ সম্পাদক প্ৰিন্স ফাইজুল হকৰ উদ্ধৃতিৰে বাতৰিত প্ৰকাশ।

তেওঁ লগতে জনাইছে যে ১৩ এপ্ৰিলৰ পুৱা বিহুৰ পৰম্পৰাসমূহ পালন কৰা হ’ব, কিন্তু সন্ধিয়াৰ আন সকলো কাৰ্য্যসূচী বন্ধ থাকিব।

অসমত এতিয়ালৈকে কৰ’নাভাইৰাছত আক্ৰান্ত কোনো লোক চিনাক্ত হোৱা নাই।

বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা ভাইৰাছবিধ প্ৰতিহত কৰাৰ বাবে চৰকাৰে জৰুৰী সাৱধানতামূলক পদক্ষেপ গ্ৰহণ কৰিছে।

ভাৰতত এতিয়ালৈকে ২৫০গৰাকীৰো অধিক কৰ’নাভাইৰাছত আক্ৰান্ত ৰোগী চিনাক্ত হৈছে। পাঁচজন লোক মৃত্যুমুখত পৰিছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ’নাভাইৰাছৰ বিৰুদ্ধে ২২ মাৰ্চৰ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৯ বজালৈকে দেশজুৰি জনতাৰ কাৰ্ফিউ আহ্বান কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

অন্ধ্ৰ প্ৰদেশত হোষ্টেলত ৰেগিং কাণ্ড: গৰম ইস্ত্ৰী লগালে দশম শ্ৰেণীৰ ছাত্ৰৰ শৰীৰত

অন্ধ্ৰ প্ৰদেশত হোষ্টেলত ৰেগিং কাণ্ড: গৰম ইস্ত্ৰী লগালে দশম শ্ৰেণীৰ ছাত্ৰৰ শৰীৰত

August 27, 2025 4:37 pm
ছালৰ কৰ্কট ৰোগত আক্ৰান্ত অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী অধিনায়ক মাইকেল ক্লাৰ্ক!

ছালৰ কৰ্কট ৰোগত আক্ৰান্ত অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী অধিনায়ক মাইকেল ক্লাৰ্ক!

August 27, 2025 4:27 pm
পত্নীয়ে কণীৰ জোল ৰন্ধাৰ পৰা বিৰত থকাৰ বাবে স্বামীয়ে বাচি ল’লে চৰম পন্থা

পত্নীয়ে কণীৰ জোল ৰন্ধাৰ পৰা বিৰত থকাৰ বাবে স্বামীয়ে বাচি ল’লে চৰম পন্থা

August 27, 2025 3:59 pm
জন্মদিনৰ পাৰ্টি কৰি থকোতে মহাৰাষ্ট্ৰত ভাঙি পৰিল চাৰি মহলীয়া ঘৰ! এটি শিশুসহ দুজন লোকৰ মৃত্যু

জন্মদিনৰ পাৰ্টি কৰি থকোতে মহাৰাষ্ট্ৰত ভাঙি পৰিল চাৰি মহলীয়া ঘৰ! এটি শিশুসহ দুজন লোকৰ মৃত্যু

August 27, 2025 3:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অন্ধ্ৰ প্ৰদেশত হোষ্টেলত ৰেগিং কাণ্ড: গৰম ইস্ত্ৰী লগালে দশম শ্ৰেণীৰ ছাত্ৰৰ শৰীৰত

অন্ধ্ৰ প্ৰদেশত হোষ্টেলত ৰেগিং কাণ্ড: গৰম ইস্ত্ৰী লগালে দশম শ্ৰেণীৰ ছাত্ৰৰ শৰীৰত

August 27, 2025 4:37 pm
ছালৰ কৰ্কট ৰোগত আক্ৰান্ত অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী অধিনায়ক মাইকেল ক্লাৰ্ক!

ছালৰ কৰ্কট ৰোগত আক্ৰান্ত অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী অধিনায়ক মাইকেল ক্লাৰ্ক!

August 27, 2025 4:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd