• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নলবাৰীৰ উন্নয়ন মূলক কাম-কাজ তথা আইন-শৃংখলাৰ বুজ ল’লে ৰাজ্যপাল জগদীশ মুখীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 16, 2018 12:08 pm
Assam Governor Prof. Jagdish Mukhi in a review meeting at the Circuit House at Nalbari on Thursday
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী বৃহস্পতিবাৰে নলবাৰী জিলাত উপস্থিত হৈ জিলা উপায়ুক্তৰ লগতে বিভিন্ন বিভাগৰ চৰকাৰী বিষয়াসকলৰ লগত এক আলোচনাত মিলিত হয়। ৰাজ্যপালগৰাকীয়ে জিলাখনৰ আইন-শৃংখলা দিশটোৰ লগতে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়ন মূলক আঁচনিৰ কাম কাজ সম্পৰ্কে পৰ্যালোচনা কৰে। প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা সদৰী কৰে।

আলোচনাৰ সময়ত নলবাৰীৰ উপায়ুক্ত সঞ্জীৱ কুমাৰ দাসে ৰাজ্যপালগৰাকীক আশ্বাস প্ৰদান কৰি কয় যে জিলাখনৰ সকলো পৰ্যায়ৰ লোকে চৰকাৰী আঁচনিৰ সুবিধা সমূহ গ্ৰহণ কৰাৰ বাবে জিলা প্ৰশাসনে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিছে।

Apply Now

আনহাতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পুনৰীক্ষণৰ কাম চলি থকা সময়ত জিলাখনত যাতে কোনো ধৰণৰ আইন-শৃংখলা জনিত সমস্যা নহয় তাৰ প্ৰতি নজৰ ৰাখিবলৈ জিলা আৰক্ষী অধীক্ষক শিলাদিত্য চেতীয়াক নিৰ্দেশ দিয়ে।

ৰাজ্যপালগৰাকীৰ প্ৰশ্নৰ উত্তৰত আৰক্ষী অধীক্ষক চেতিয়াই কয় যে কোনো ধৰণৰ আইন-শৃংখলা জনিত সমস্যাৰ উদ্ভৱ হোৱা নাই আৰু সম্প্ৰতি জিলাখনত সম্পূৰ্ণ শান্তি-সম্প্ৰতি পৰিৱেশে বিৰাজ কৰিছে।

নলবাৰী আৱৰ্ত ভৱনত চলা পৰ্যালোচনামূলক সভাখনত জিলাখনৰ সকলো বিষয়াকে ৰাজ্যপাল মুখীয়ে ৰাস্তা-ঘাট, শিক্ষা, স্বচ্চতা, খোৱা পানী, স্বাস্থ্য তথা কৃষি ক্ষেত্ৰত বিশেষভাবে গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়।

ইয়াৰ উপৰি জিলাখনৰ কৃষকসকলৰ আয় বৃদ্ধি তথা বিভিন্ন আঁচনি প্ৰৱৰ্তন কৰিবলৈ কৃষি বিষয়া সকলক আহ্বান জনায় ৰাজ্যপাল মুখীয়ে। লগতে খেতিয়কসকলে যাতে সকলো ধৰণৰ পৰ্যাপ্ত সুবিধা লাভ কৰে তাৰ বাবে জিলা উপায়ুক্তগৰাকীক তদাৰক কৰিবলৈ অনুৰোধ জনায়।

Assam Governor Prof. Jagdish Mukhi visits Mukunda Kakoti Civil Hospital at Nalbari

এই আলোচনাতে জিলাখনৰ এন আৰ চি প্ৰক্ৰিয়াত যাতে কোনো ধৰণৰ বিসংগতি নহয় তাৰ প্ৰতিও নজৰ ৰাখিবলৈ জিলা প্ৰশাসনক আহ্বান জনায়।

আনহাতে ৰাজ্যপাল মুখীয়ে জিলাখনত উজ্জলা আঁচনিৰ সফল ৰূপায়ন দেখি সন্তুষ্টি প্ৰকাশ কৰাও দেখা গ’ল।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছতা অভিযানৰ প্ৰসংগ টানি ৰাজ্যপালগৰাকীয়ে সকলো চৰকাৰী বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান,শিক্ষানুষ্ঠানৰ লগতে চিকিৎসালয় সমূহত স্বচ্ছতা বজাই ৰাখিবলৈ অনুৰোধ জনোৱাৰ লগতে স্বচ্ছতাৰ দিশত উপায়ুক্তগৰাকীক বিশেষভাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।

আলোচনাৰ অন্তত প্ৰফেছৰ মুখী নলবাৰীৰ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ ৰোগীসকলৰ লগত মত-বিনিময় কৰা দেখা যায়।

ভ্ৰমণ কালৰ অন্তত শেষ কাৰ্যসূচী হিচাপে ৰাজ্যপালগৰাকীয়ে জিলা পৰিবহন বিষয়াৰ কাৰ্যালয় পৰিদৰ্শন কৰে বুলি প্ৰছ বিজ্ঞপ্তিত প্ৰকাশ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

June 26, 2026 9:13 pm
যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

June 26, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd